অনুসন্ধান আকাংক্ষাত

Monday, June 4, 2018

মৰম তৃষ্ণা (১৯৬৮)

পৰিচালকঃ-            আব্দুল মজিদ
সংগীত পৰিচালকঃ-  বিবেকানন্দ ভট্টাচাৰ্য
মুক্তিঃ-                   ০৫,০১,১৯৬৮

অৰুন্ধতি অপৰূপা তুমি (শ্যামল মিত্ৰ)
বতাহ বলিছে ধীৰধীৰীয়া (খগেন মহন্ত আৰু পাৰবীন চুলতানা)
দিগদাৰী দিগদাৰী বৰ দিগদাৰী (খগেন মহন্ত)
সপোন ৰঙীন পলাশ বনত (পাৰবীন চুলতানা)
নীলিম গগন  (পাৰবীন চুলতানা)

No comments: