অনুসন্ধান আকাংক্ষাত

Friday, September 14, 2012

জ্যোতিপ্ৰসাদৰ গীতসমূহ (ইউনিক’ডীয় ৰূপত) :-



গীতসমূহ  বৰ্ণৰ ক্ৰম  অনুসাৰে দিয়া আছে ,(Ctrl+f)টিপি অসমীয়াত নিৰ্দিষ্ট গীতটোৰ নাম লিখিলে বিচৰা গীতটো পোৱা যাব ৷
[জ্যোতি সঙ্গীত, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীত]

ৰে আৰম্ভ গীতসমূহ :-
সখী আজি যৌৱন বন জুৰি (নাটক : ৰূপালিম্‌)
সখী আহিব পিয়া (নাটক : শোণিত কুঁৱৰী)
সোৱৰণি (নাটক : কাৰেঙৰ লিগিৰী)

ৰে আৰম্ভ গীতসমূহ :-
আজি পুৱতি কিহৰে আৰতি (নাটক : নিমাতী কইনা)
আমাৰে সখীয়া আকুল বিয়াকুলে (নাটক : শোণিত কুঁৱৰী)
 আমি কৰি ফুৰো বিয়াকুল (নাটক : শোণিত কুঁৱৰী)

ৰে আৰম্ভ গীতসমূহ :-
ইমান ছবি অকলৈয়ে তই

ৰে আৰম্ভ হোৱা গীত :-
উৰ উৰ উৰ অভ্ৰ ভেদি উৰ

এ  ৰে আৰম্ভ হোৱা গীত :-
এই যে অসীম নীলা ৰভা তৰি          
এই শতিকাত জ্বল জ্যোতিকা

ও -ৰে আৰম্ভ গীতসমূহ
ৰে আৰম্ভ গীতসমুহ :-
কেং কুৰু কেং কুৰু (নাটক : সোণপখিলী)
কোন কত আছ আহ্ অ (নাটক : কনকলতা)
(কোনে) গছে গছে পাতি দিলে (নাটক : শোণিত কুঁৱৰী)

ৰে আৰম্ভ গীতসমূহ :-
গুমৰি উঠিছে হিয়া (নাটক : শোণিত কুঁৱৰী)

চ  ৰে আৰম্ভ গীতসমূহ :-
চৰাই বনৰীয়া মুকলিমুৰীয়া (নাটক : শোণিত কুঁৱৰী)
চিৰসুন্দৰ ! হে চিৰসুন্দৰ (নাটক : নিমাতী কইনা)

ৰে আৰম্ভ গীতসমূহ :-
জননীৰ সন্তান জাগা (নাটক : মানৰ দিনৰ অগ্নিসুৰ)
জয় আলোকময় (নাটক : ৰূপালীম্‌ )
জয় জয় দানৱ সেৱিত (নাটক : শোণিত কুঁৱৰী)
জয় ৰূপমুগ্ধ (নাটক : নিমাতী কইনা)
জয় হিন্দ জয় জয় ( নাটক : লভিতা)
জাগা জাগা নক্ষত্ৰৰ (নাটক : নিমাতী কইনা)
জিৰ-জিৰ জিৰ-জিৰ নিজৰি (নাটক : ৰূপালীম্‌ )
জিলিকা পাখিৰে অ (নাটক : ৰূপালীম্‌ )
জোনাকী কাৰেঙত কোনে বীণ বায় (নাটক : নিমাতী কইনা)

ৰে আৰম্ভ গীতসমূহ :-

ৰে আৰম্ভ গীতসমূহ :-
তোমাৰ কন্ঠৰে কন্ঠৱতী (নাটক : নিমাতী কইনা)
তোলে দিয়া শৰাইখনত


ৰে আৰম্ভ গীতসমূহ :-
দেহি ঐ ! দূৰৈৰে গাঁৱেখনি

ধ   ৰে আৰম্ভ গীতসমূহ :-

ৰে আৰম্ভ গীতসমূহ :-
নিমাতী কইনা, নাহাঁহি মইনা (নাটক : নিমাতী কইনা)
নীল আকাশৰ এটা তৰা (নাটক: খনিকৰ)
নূপুৰে মাতে ৰুণজুণ্‌ (নাটক : শোণিত কুঁৱৰী)

ৰে আৰম্ভ গীতসমূহ :-
পৰ্বততে ফুলিলে ৰঙানোকৈ (নাটক : শোণিত কুঁৱৰী)
পাখি কৰে ৰুণ ৰুণ (নাটক: সোণপখিলী)


ৰে আৰম্ভ গীতসমূহ

ফুলৰ কলিক ফুলাৰ মন্ত্ৰ

ৰে আৰম্ভ গীতসমূহ :-
বনৰীয়া আমি বনৰ চৰাই (নাটক: কাৰেঙৰ লিগিৰী)
বাইদেউ বাইদেউ (নাটক: লভিতা)
বাৰিষাৰে ঘন ঘোৰ  (নাটক: কাৰেঙৰ লিগিৰী)
বোৱাঁ বোৱাঁ দখিণ মলয়া (নাটক : শোণিত কুঁৱৰী)

ৰে আৰম্ভ গীতসমূহ :-

ৰে আৰম্ভ গীতসমূহ :-
মই যদি ঐ জ্বলি থাকোঁতেই
মই হেনো বুঢ়ী (নাটক : শোণিত কুঁৱৰী)
মাতা অ নিমাতী (নাটক : নিমাতী কইনা)
মোৰ আজি সন্ধিয়াৰ গানৰ (নাটক: সোণপখিলী)
মোৰ বাৰীত ফুলিলে (নাটক: লভিতা)
মোৰ মনে মনে (নাটক: খনিকৰ)
মোৰ ৰাগ, কৰবীৰে পতা লবি পূজা (নাটক : নিমাতী কইনা)
মোৰে জীৱনৰ সখা কৃষ্ণ (নাটক: কাৰেঙৰ লিগিৰী)

ৰে আৰম্ভ গীতসমূহ :-
যাউতিযুগীয়া ধনে মোৰ অ (নাটক: কাৰেঙৰ লিগিৰী)
যাওঁ যাওঁ বিচাৰি (নাটক: সোণপখিলী)

ৰে আৰম্ভ গীতসমূহ :-
ৰূপহ কোঁৱৰৰ চুমা-পৰশতে (নাটক : শোণিত কুঁৱৰী)
ৰে আৰম্ভ গীতসমূহ :-

ৰে আৰম্ভ গীতসমূহ :-

ৰে আৰম্ভ গীতসমূহ :-
সপোন পাৰৰ মই সপোন কুঁৱৰী  (নাটক : শোণিত কুঁৱৰী)
সাত সাগৰৰ দেশ-বিদেশৰ (নাটক : নিমাতী কইনা)
সেই নিমাতী প্ৰতিমাখনি  (নাটক : শোণিত কুঁৱৰী)
সেউজী সেউজী সেউজী অ (নাটক : নিমাতী কইনা)
সোণৰ পালেঙত অ মনেতৰা  (নাটক: কাৰেঙৰ লিগিৰী)
ৰে আৰম্ভ গীতসমূহ :-

++++++++++





No comments: