আকাংক্ষা
উজ্বল সুন্দৰ দিনটোৰ শুভকামনাৰে...
অনুসন্ধান আকাংক্ষাত
Friday, May 5, 2017
ভূপেন হাজৰিকাদেৱৰ গীতসমূহ :- 'ব' ৰে আৰম্ভ
'ব' ৰে আৰম্ভ ভূপেন হাজৰিকাদেৱৰ গীতসমূহঃ-
বুকু হম হম কৰে
(দিগন্ত শইকীয়া )
বিমূর্ত্ত মোৰ নিশাটি যেন
(মৌচুমী ভূঞা চৌধুৰী)
বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে
(মৌচুমী ভূঞা চৌধুৰী)
বনজুই বনতহে জ্বলে দেখা পোৱা যায়
(মালিনী গোস্বামী)
(
ককাই, অসমৰ আকাশত...
.)
বৰদৈচিলা নে সৰুদৈচিলানে
(দীপা ডেকা)
বাৰ মাসে তেৰ ফুল ফুটে
(বনজিৎ পাঠক)
বিংশ শতিকাৰ অস্তাকাশত
দিনৰ চিতা জ্বলিবনে
(ৰণজিৎ কুমাৰ বৰা)
বিহুৰেনো বিৰিণা অ’ আইতা
(দীপা ডেকা)
বহুদিনৰ আগতে গধুলিৰে পৰতে
(দীপা ডেকা)
বহাগ মাথোঁ এতি ঋতু
(দিগন্ত শইকীয়া)
বিক্ষুদ্ধ বিশ্বকন্ঠই অহোৰাত্ৰি চিঞঁৰে, চিঞঁৰে
(প্ৰাঞ্জল বড়া)
বিৰাজে কি সাজে প্ৰকৃতিৰে জীয়ৰী
(মালিনী গোস্বামী)
বুকু ভৰা মৰম দিছা
(বিষ্ণু শই কীয়া)
বনৰে পখীটি
(দিগন্ত শইকীয়া)
বিহুটি বছৰি আহিবা
(স্যামন্ত কুমাৰ গোস্বামী)
ব্ৰহ্মপুত্ৰৰ দুটি পাৰ দলঙে লগ লগালে
(মালিনী গোস্বামী)
বন্ধুৰ বাড়ীতে তাল গাছে ঢোলে
(বনজীত্ পাঠক )
বহাগী অ’, অ’ শাওণী
(মালিনী গোস্বামী)
বিজুলীৰ পোহৰ মোৰ নাই
(বিষ্ণু শইকীয়া)
বৰ্তমান পৃথিৱীৰ ভীষণ অসুখ
(দিগন্ত শইকীয়া)
বজালে আহিনে বাঁহীনে
বীণ সুৰত পালানে চিন
(দিগন্ত শইকীয়া)
বীণ বৰাগী তোৰ বীণখনি ল’ তুলি
(দিগন্ত শইকীয়া)
বিহু বিহু লাগিছে গাত
(দিগন্ত শইকীয়া)
বিশ্বৰ চন্দে চন্দে
(ৰাভা সঙ্গীত)
(দিগন্ত শইকীয়া)
বিহুৰে বিৰিণা হে বৃটিছ ৰজা উঠি গ’ল
(দিগন্ত শইকীয়া)
বহাগৰে প্রথম পুৱা
(দিগন্ত শইকীয়া)
বিশ্ব বিজয় নজোৱান
(দিগন্ত শইকীয়া)
বলা ভাই আগুৱাই
(দিগন্ত শইকীয়া)
বিস্তীৰ্ণ দুপাৰেৰ
(বাংলা)
(দিগন্ত শইকীয়া)
বহুদিন আগেতে
(বাংলা)
(দিগন্ত শইিকীয়া)
বলছিতো আমাৰ সময় নাই
(
আমায় ভুল বুজিছ নাই
) (বাংলা)
(দিগন্ত শইকীয়া)
বলীয়া তোৰ উৰণীয়া মন বান্ধ'
বহু মানুহৰ গান মোৰ কণ্ঠত আছে
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment