অনুসন্ধান আকাংক্ষাত

Saturday, December 5, 2015

কত দিন আৰু আশাৰ সপোন





(কত দিন আৰু আশাৰ সপোন
 
ৰচি দিবহি আমাক)←২

কত দিন আৰু...

-
 
(মোহো নিচিগিল ভুলো নাভাগিল)←৪
 
জুৰুলা কৰিলি প্ৰাণ

অ’.. জুৰুলা কৰিলি প্ৰাণ

কত দিন আৰু আশাৰ সপোন
 
ৰচি দিবহি আমাক

কত দিন আৰু...

-
 
তোৰ পিচে পিচে মোহিনী কূহকে←২

-
 
কাণে কাণে আহি কত কথা কলে←২

তোৰ পিচে পিচে মোহিনী কূহকে←২

-

কাণে কাণে আহি কত কথা কলে←২
 
ভুলৰে সপোন ভুলতে ভাগিলে←২
 
ভুলেৰে ৰচিলি প্ৰাণ

অ’... ভুলেৰে ৰচিলি প্ৰাণ

কত দিন আৰু আশাৰ সপোন
 
ৰচি দিবহি আমাক

কত দিন আৰু... ৷৷



[ নলিনীবালা দেৱীৰ ৰচিত ]
[ ভূপেন হাজৰিকাদেৱৰ কণ্ঠেৰে নিগৰিত গীত, পিছত পাৰবীন চুলতানাই কণ্ঠদান কৰিছিল ]
[ ইউনিক’ড ৰূপান্তৰ :- দিগন্ত শইকীয়া ]

No comments: