পুৰুষ- সৌৱা কি বাৰু ?
নাৰী:- বৰষুণ
-
পুৰুষ- ৰিমঝিম বৰষুণ পৰিছে সৌৱা
যেন মিঠা এটি গীত গাইছে চোৱা
কাণ পাতি শুনা শুনা
কি কি স্বৰ শুনিছা কোৱা
-
নাৰী:- সাৰেগামা পা পা ..পামাগাৰেসা
সাৰেগামা পা পা ..পামাগাপাৰে ..
ৰে ৰে ৰেগামা
গা গা গামাপা
মা পা ধানি সানিধাপা মাগাৰেসা
দুয়ো:- ৰিমঝিম বৰষুণ পৰিছে সৌৱা
যেন মিঠা এটি গীত গাইছে চোৱা
(কাণ পাতি শুনা শুনা
কি কি স্বৰ শুনিছা কোৱা )←২
নাৰী:- সাৰেগামা পা পা ..পামাগাৰেসা
সাৰেগামা পা পা ..পামাগাপাৰে ..
ৰে ৰে ৰেগামা গা গা গামাপা
মা পা ধানি সানিধাপামাগাৰেসা
দুয়ো:- ৰিমঝিম বৰষুণ পৰিছে সৌৱা
নাৰী:- লা লালা লালা লা লালা লালা
লা লালা লালা লা লালা লালা লালা লা
লালালা লালা লা লালালা লা..
পুৰুষ:- সা
নাৰী:- সাবেৰিনা
পুৰুষ:- ৰে
নাৰী:- ৰেনুৰেখা
পুৰুষ:- গা
নাৰী:- গাৰ'লিনা
পুৰুষ:- মা
নাৰী:- মালবিকা
দুয়ো:- মিলিজুলি গাওঁ আহা
আমি সবে একেলগে আজি গান গায় গায়
নাচোঁ তালে তালে তালে আহা
-
[পুৰুষ:- ডালৰে চৰাই (নাৰী:- আলাপ)
বনৰে ময়ুঁৰ (নাৰী- আলাপ)
আমাৰ স’তে নাচি যায় ]←২
নাৰী:- সা সা সাবেৰিনা
নাৰী:- বৰষুণ
-
পুৰুষ- ৰিমঝিম বৰষুণ পৰিছে সৌৱা
যেন মিঠা এটি গীত গাইছে চোৱা
কাণ পাতি শুনা শুনা
কি কি স্বৰ শুনিছা কোৱা
-
নাৰী:- সাৰেগামা পা পা ..পামাগাৰেসা
সাৰেগামা পা পা ..পামাগাপাৰে ..
ৰে ৰে ৰেগামা
গা গা গামাপা
মা পা ধানি সানিধাপা মাগাৰেসা
দুয়ো:- ৰিমঝিম বৰষুণ পৰিছে সৌৱা
যেন মিঠা এটি গীত গাইছে চোৱা
(কাণ পাতি শুনা শুনা
কি কি স্বৰ শুনিছা কোৱা )←২
নাৰী:- সাৰেগামা পা পা ..পামাগাৰেসা
সাৰেগামা পা পা ..পামাগাপাৰে ..
ৰে ৰে ৰেগামা গা গা গামাপা
মা পা ধানি সানিধাপামাগাৰেসা
দুয়ো:- ৰিমঝিম বৰষুণ পৰিছে সৌৱা
নাৰী:- লা লালা লালা লা লালা লালা
লা লালা লালা লা লালা লালা লালা লা
লালালা লালা লা লালালা লা..
পুৰুষ:- সা
নাৰী:- সাবেৰিনা
পুৰুষ:- ৰে
নাৰী:- ৰেনুৰেখা
পুৰুষ:- গা
নাৰী:- গাৰ'লিনা
পুৰুষ:- মা
নাৰী:- মালবিকা
দুয়ো:- মিলিজুলি গাওঁ আহা
আমি সবে একেলগে আজি গান গায় গায়
নাচোঁ তালে তালে তালে আহা
-
[পুৰুষ:- ডালৰে চৰাই (নাৰী:- আলাপ)
বনৰে ময়ুঁৰ (নাৰী- আলাপ)
আমাৰ স’তে নাচি যায় ]←২
নাৰী:- সা সা সাবেৰিনা
ৰে ৰে ৰেনুৰেখা
গা গা গাৰলিনা
গা গা গাৰলিনা
মা মা মালবিকা
দুয়ো:- মিলিজুলি গাওঁ আহা
ৰিমঝিম বৰষুণ পৰিছে সৌৱা
যেন মিঠা এটি গীত গাইছে চোৱা
কাণ পাতি শুনা শুনা
কি কি স্বৰ শুনিছা কোৱা
সাৰেগামা পা পা ..পামাগাৰেসা
সাৰেগামা পা পা ..পামাগাপাৰে ..
ৰে ৰে ৰেগামা
গা গা গামাপা
মা পা ধানি সানিধাপা মাগাৰেসা
সাৰেগামাপাধানিসা
সানিধাপা মাগাৰেসা
সা ৰে গা মা পা ধা নি সা…. ৷৷
-
দুয়ো:- মিলিজুলি গাওঁ আহা
ৰিমঝিম বৰষুণ পৰিছে সৌৱা
যেন মিঠা এটি গীত গাইছে চোৱা
কাণ পাতি শুনা শুনা
কি কি স্বৰ শুনিছা কোৱা
সাৰেগামা পা পা ..পামাগাৰেসা
সাৰেগামা পা পা ..পামাগাপাৰে ..
ৰে ৰে ৰেগামা
গা গা গামাপা
মা পা ধানি সানিধাপা মাগাৰেসা
সাৰেগামাপাধানিসা
সানিধাপা মাগাৰেসা
সা ৰে গা মা পা ধা নি সা…. ৷৷
-
No comments:
Post a Comment