Assamese Song: Akakhe
namilo bela
Album: Manav Aru Danav
Singer: ***
Director: Indukalpa
Hazarika
Music Director: Jitu-Tapan
Year: 1971
নাৰী :- আকাশে
নামিল’ বেলা... !
কিমান নো
কৰিছ খেলা..ৰে..
আকাশে
নামিল’ বেলা... !
কিমান নো
কৰিছ খেলা..ৰে..
গছক’ দমক
এৰি ডাল ধৰি ! হৰি
বাঁসি কত
ছল কৰি
গছক’
দমক এৰি ডাল ধৰি..! হৰি
বাঁসি কত
ছল কৰি
আৱত ভাদৰ
মাচ না..গত
মনে আজ
মাথায় সেন্দুৰ নয়নে কাঁজল !
পুৰুষসল:- নন্দিনী
মোৰ ঘুমতি চলত নয়ি হয়
নন্দিনী
মোৰ ঘুমতি চলত নয়ি হয়
নাৰীসকল:- আকাশে
নামিল’ বেলা... !
কিমান নো
কৰিছ খেলা..ৰে..
সকলোৱে :- বাগিছায়
জান তালেয় হাত বছে ৰে...
আমি
দিন শাখা সেন্দুৰ ফাতি ৰে...
নাৰী :- ৰঙা
পাৰীৰ সবোঝ শাড়ী ভাল লাগে ৰে
পুৰুষ :- অ’
তোকে ছাল মানাই ৰে !
নাৰী :- ৰঙা
পাৰীৰ সবোঝ শাড়ী ভাল লাগে ৰে
পুৰুষ :- অ’
তোকে ছাল মানাই ৰে !
সকলোৱে:- বেলি
উঠে ৰুঝি মুঝি
চল
মাও মাও ঘৰে যাচ্চি
ঘৰে
গিয়া মূৰ্গী মাৰাব’ ৰে
নাৰীসকল:- হায়ৰে
হায় !
বুধুৱাকে
দুটি ঠেং দিব’ ৰে
পুৰুষসকল:- হায়ৰে
হায় !
নাচনীকে
দুটি ঠেং দিব’ ৰে
ধিতং
ধিতং মাদল মাদল বাজে ৰে
ঝাক্ ঝাক্ ঝাক্ ঝুমুৰ নাচে ৰে..
ধিতং
ধিতং মাদল মাদল বাজে ৰে
ঝাক্
ঝাক্ ঝাক্ ঝুমুৰ নাচে ৰে..
তোকে
বুঝি প্ৰকৃতিৰ লাল জবা ফুল গ’..
নাৰীসকল:- তোৰ
গলায় বেথাই বেথাই দি নেজনিৰ’ মন ল’
সকলোৱে:- ছাক্
ঝুমুৰে মাঝে মাঝায় নাযায় নাযায় হাৰায় ল’
ছাক্
ঝুমুৰে মাঝে মাঝায় নাযায় নাযায় হাৰায় ল’
ছাক্
ঝুমুৰে মাঝে মাঝায় নাযায় নাযায় হাৰায় ল’
বোলছবি/এলবাম: মানৱ আৰু দানৱ
গায়ক/গায়িকা: ?
পৰিচালক : ইন্দুকল্প হাজৰিকা
সংগীত পৰিচালক: জিতু-তপন
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment