অনুসন্ধান আকাংক্ষাত

Monday, May 6, 2013

অসমীয়া গীতৰ কথা (এলবাম / বোলছবি)



Assamese Songs Lyrics by Albums/Movies :-
অসমীয়া গীতৰ কথা (এলবাম / বোলছবি) অনুসৰি :-

অ - ৰে আৰম্ভ হোৱা এলবাম / বোলছবিৰ নামসমুহ:-
অনুতাপ (Anutap) , পৰিচালকঃ- অতুল বৰদলৈ; সঃ পঃ- জিতু-তপন(১৯৭৩)
অগ্নিস্নান
অবুজ বেদনা
অভিমান
অশান্ত প্ৰহৰ
অহিৰ ভৈৰৱ
অপৰাজেয় (Aparajay) , পৰিচালকঃ- ফণী তালুকদাৰ, অতুল বৰদলৈ, মনিন বায়ন, গৌৰী   বৰ্মন, সংগীত পৰিচালক :- সলীল চৌধুৰী (১৯৭০)
অজলা ককাই(Ajala Kakai), পঃ- দ্বীবন বৰুৱা, সঃপঃ- ৰমেন বৰুৱা
- ৰে আৰম্ভ হোৱা এলবাম / বোলছবিৰ নামসমুহ:-
আশ্ৰয় (Ashroy) , পৰিচালকঃ- দুলাল ৰয় ; সঃপঃ- ৰমেন বৰুৱা (১৯৭৯)   
আইদেউ
আকাশীতৰাৰ কথাৰে
আৱৰ্তন                  
আদালত (Adalat), পৰিচালকঃ- দিলীপ ডেকা ; সঃপঃ- জিতু-তপন (১৯৭৬)
আমাৰ ঘৰ (Amar Ghar),  প:- নিপ বৰুৱা, স:প:- ব্ৰজেন বৰুৱা (০৮/১২/১৯৫৯)
- ৰে আৰম্ভ হোৱা এলবাম / বোলছবিৰ নামসমুহ:- 
ইন্দ্ৰমালতী (Indramalati), (পৰিচালক-প্ৰযোজক:- জ্যোতিপ্ৰসাদ আগৰৱালা, মুক্তি-১৯৩৯)
ইটো সিটো বহুতো, পঃ & সঃপঃ - ব্ৰজেন বৰুৱা (প্ৰথম পূৰ্ণদৈৰ্ঘৰ হাস্যৰসাত্মক ছবি)

এৰে আৰম্ভ হোৱা এলবাম / বোলছবিৰ নামসমূহঃ-

- ৰে আৰম্ভ হোৱা এলবাম / বোলছবিৰ নামসমুহ:-
উত্তৰণ (Uttran) , পৰিচালক- মনেৰঞ্জন শুহী ; সঃ পঃ - ৰমেন বৰুৱা (১৯৭৩)
- ৰে আৰম্ভ হোৱা এলবাম / বোলছবিৰ নামসমুহ:-
এই মৰম তোমাৰ বাবে  
একত্ৰিশ জুন

- ৰে আৰম্ভ হোৱা এলবাম / বোলছবিৰ নামসমুহ:
ওপজা সোণৰ মাটি (Opja Sonar Mati), পৰিচালকঃ- ব্ৰজেন বৰুৱা (১৯৭২)
ওপৰ মহলা 
- ৰে আৰম্ভ হোৱা এলবাম / বোলছবিৰ নামসমুহ:-
                          সংগীত পৰিচালকঃ- ড° ভূপেন হাজৰিকা (১৯৭৫)
কৃষ্ণচূড়া (Krishna Chura)
কেঁচা সোণ (Kesa Sun), প:- ফণী শৰ্মা, স:প:- ভূপেন হাজৰিকা(২৯/০৩/১৯৫৯)
কণিকাৰ ৰামধেনু
কদমতলে কৃষ্ণ নাচে
কল্লোল (Kallol), পৰিচালকঃ- অতুল বৰদলৈ; সঃপঃ- ৰুদ্ৰ বৰুৱা (১৯৭৮)
কেঁচা সোণ
- ৰে আৰম্ভ হোৱা এলবাম / বোলছবিৰ নামসমুহ:-

- ৰে আৰম্ভ হোৱা এলবাম / বোলছবিৰ নামসমুহ:-
গনেশ (Ganesh) , পৰিচালকঃ- এ.কে. ফ্লিমচ্‌ ; সঃ পঃ- অজিত সিংহ
গংগা চিলনীৰ পাখি (Ganga silanir pakhi), পৰিচালকঃ- পদুম বৰুৱা; সঃপঃ- পদুম বৰুৱা (১৯৭৬)
- ৰে আৰম্ভ হোৱা এলবাম / বোলছবিৰ নামসমুহ:-

- ৰে আৰম্ভ হোৱা এলবাম / বোলছবিৰ নামসমুহ:-
                                সংগীত পৰিচালকঃ- ড° ভূপেন হাজৰিকা (১৯৭৫)
চাকনীয়া (Saknoiya), প:- শৈল বৰুৱা, স:প:- মুকুল বৰুৱা (০৪/০৯/১৯৫৯)
- - ৰে আৰম্ভ হোৱা এলবাম / বোলছবিৰ নামসমুহ:-
ছিৰাজ (Chiraj),পৰিচালক :- ফণী শৰ্মা, প্ৰযোজক:- চিত্ৰাৱলী পিক্‌চাৰ্ছ লিমিটেড(১৬/০১/১৯৪৮)

- ৰে আৰম্ভ হোৱা এলবাম / বোলছবিৰ নামসমুহ:-
জুয়ে পোৰা সোণ
জোন জ্বলে কঁপালত
জেতুকা পাতৰ দৰে
জাতিংগা ইত্যাদি

- ৰে আৰম্ভ হোৱা এলবাম / বোলছবিৰ নামসমুহ:-

- ৰে আৰম্ভ হোৱা এলবাম / বোলছবিৰ নামসমুহ:-
তথাপিও নদী
তেজীমলা, পৰিচালকঃ আনোৱাৰ হুচেইন; সঃপঃ- ৰাজেশ্বৰ বৰদলৈ (১৯৬৩)
- ৰে আৰম্ভ হোৱা এলবাম / বোলছবিৰ নামসমুহ:-
দেৱদাস (পৰিচালক :- প্ৰমথেশ বৰুৱা, মুক্তি :- ১৯৩৭)
দেউতাৰ বিয়া
- ৰে আৰম্ভ হোৱা এলবাম / বোলছবিৰ নামসমুহ:-

- ৰে আৰম্ভ হোৱা এলবাম / বোলছবিৰ নামসমুহ:-
নতুন আশা (Natun Asha), পৰিচালকঃ- প্ৰবিৰ মিত্ৰ; সঃপঃ- জয়ন্ত হাজৰিকা (১৯৭৭)
নিশাৰ চকুলো (Nikhar Sakulu) , পৰিচালকঃ- দেৱ কুমাৰ বৰুৱা ;
                    সঃপঃ- গৌৰচান্দ মুখাৰ্জী (১৯৭৯)
নিমিলা অংক (Nimila Angka), পৰিচালক:- লক্ষধৰ চৌধুৰী, স: পৰিচালক:- পুৰুষোত্তম দাস(১৬/০৯/১৯৫৫)
নতুন পৃথিৱী (Natun Prithivi), পৰিচালক:-আনোৱাৰ হুচেইন, স: পৰিচালক:- মুকুল বৰুৱা/ৰাজেশ্বৰ বৰদলৈ (০৮/০৭/১৯৫৮)
নীলকণ্ঠ
নৰকাসুৰ (Narakasur), পৰিচালকঃ-নিপ বৰুৱা, সঃপঃ- ব্ৰজেন বৰুৱা
- ৰে আৰম্ভ হোৱা এলবাম / বোলছবিৰ নামসমুহ:-
পৰিনাম (Parinam), পৰিচালকঃ- প্ৰবীন বৰা ; সঃ পঃ- ৰমেন বৰুৱা (১৯৭৪)
পাপ আৰু পায়চিত্ত (Pap aro Pyayochitta), পৰিচালকঃ- আনোৱাৰ হুছেইন ;
                   সঃপঃ- ৰমেন চৌধুৰী (১৯৭৭)
পূবেৰুণ (Puberun), প:- প্ৰভাত মুখাৰ্জী, স:প:- তাৰকুদ্দিন আহমেদ (১৮/১১/১৯৫৯)
পূৱতি নিশাৰ সপোন (Puwati Nisar Sapun), প:- ফণী শৰ্মা, স:প:- ভূপেন হাজৰিকা (০২/১০/১৯৫৯)
পানী
প্ৰত্যাৱৰ্তন
প্ৰথম ৰাগিনী
প্ৰভাতী পখীৰ গান
প্ৰেম জনমে জনমে
- ৰে আৰম্ভ হোৱা এলবাম / বোলছবিৰ নামসমুহ:-

- ৰে আৰম্ভ হোৱা এলবাম / বোলছবিৰ নামসমুহ:-
বৰুৱাৰ সংসাৰ (Baruar Sansar), পৰিচালকঃ নিপ বৰুৱা; সঃ পঃ ৰমেন বৰুৱা (১৯৭০)
বদন বৰফুকন (Badan Borphukan), পৰিচালক:- কমল নাৰায়ন চৌধুৰী(১৫/০৪/১৯৪৭)
বংশধৰ
বুকুৰ মাজত জ্বলে
বসুন্ধৰা
বান্ধোন
- ৰে আৰম্ভ হোৱা এলবাম / বোলছবিৰ নামসমুহ:-
ভাগ্য (প্ৰথম অসমীয়া বোলছবি হিন্দীৰ পৰা ডাব হোৱা )
ভক্ত প্ৰহ্লাদ (Bhakta Prahlad), পৰিচালক:- নিপ বৰুৱা, স: প:- ব্ৰজেন বৰুৱা (১৪/১১/১৯৫৮)
- ৰে আৰম্ভ হোৱা এলবাম / বোলছবিৰ নামসমুহ:-
মন মন্দিৰ (Man Mandir)
মৰিচিকা (Marisika) , পৰিচালকঃ- অমূল্য মান্না ; সঃ পঃ- জিতু-তপন (১৯৭২)
মমতা (Mamata) ,পৰিচালকঃ- নলীন দুৱৰা ; সঃ পঃ- বসন্ত বৰদলৈ (১৯৭৩)
মনোমতী (Manumati), (পৰিচালক:- ৰোহিনী কুমাৰ বৰুৱা, মুক্তি:- ০৪/০৪/১৯৪১)
মাক আৰু মৰম (Mak aru Maram), পৰিচালক:- নিপ বৰুৱা, স: পৰিচালক:- ব্ৰজেন বৰুৱা (১০/০৫/১৯৫৭)
মাটিৰ স্বৰ্গ , পঃ- অনিল চৌধুৰী, সঃপঃ- জীতেন দেৱ(১৯৬৩)   
মানস কন্যাঃ- প্ৰযোজকঃ- ফণী তালুকদাৰ;পৰিচালকঃ-গনেশ দাস
মিমাংসাঃ-
মধুচন্দাঃ- প্ৰযোজকঃ- দাৰা আহমেদ,পৰিচালকঃ-ৰমা বৰুৱা, সংগীতঃ- নয়ন
- ৰে আৰম্ভ হোৱা এলবাম / বোলছবিৰ নামসমুহ:-
যুঁজঃ- পৰিচালকঃ হেমেন দাস, সঃপঃ- খগেন মহন্ত & ৰমেন চৌধুৰী
যৌৱনে আমনি কৰেঃ- পৰিচালকঃ- অশোক কুমাৰ বিষয়া, সঃপঃ- ব্ৰজেন বৰুৱা, ক্ষীৰদা কান্ত বিষয়া, ভূপেন উজীৰ, জয়ন্ত দাস, জয়ন্ত সোণোৱাল

- ৰে আৰম্ভ হোৱা এলবাম / বোলছবিৰ নামসমুহ:-
ৰতনলাল (Ratanlal),পৰিচালকঃ- নলীন দুৱৰা; সঃপঃ- নিৰ্মল চক্ৰৱৰ্ত্তী (১৯৭৫)
ৰূপহী (Rupahi) , পৰিচালকঃ-পাৰ্বতী প্ৰসাদ বৰুৱা; মুক্তি:-(০৬/০৯/১৯৪৪)
ৰুণুমী (Runumi), পৰিচালক:- সুৰেশ চন্দ্ৰ গোস্বামী, স: পৰিচালক:- দৰ্প নাথ শৰ্মা (১৯৫২)
ৰঙা পুলিচ (Ronga Police), পৰিচালক:- নিপ বৰুৱা, স: পৰিচালক:- নিজাম, (০৪/০৪/১৯৫৮)
- ৰে আৰম্ভ হোৱা এলবাম / বোলছবিৰ নামসমুহ:-
লটিঘটি  (Lotighoti)ঃ-  পৰিচালক & সঃপঃ- ভূপেন হাজৰিকা (১৯৬৬)  
লখিমী (Lakhimi), পৰিচালক:- ভবেন দাস, স: পৰিচালক:- ব্ৰজেন বৰুৱা (২৮/০৯/১৯৫৬) 
লাজঃ- পৰিচালনাঃ- মঞ্জু বৰা, সঃপঃ- তৰালি শৰ্মা
লাচিত বৰফুকনঃ- পৰিচালকঃ লক্ষধৰ চৌধুৰী, প্ৰবীন ফুকন; সংগীতঃ- ব্ৰজেন বৰুৱা (১৯৬১)
                                    
- ৰে আৰম্ভ হোৱা এলবাম / বোলছবিৰ নামসমুহ:-
শ্ৰী শ্ৰী মা কামাখ্যা (১৯৮৩), পঃ আনোৱাৰ হুচেইন, সঃপঃ ৰাজেশ্বৰ বৰদলৈ 
শেষ বিচাৰঃ- পৰিচালকঃ- দেৱ কুমাৰ বসু; সঃ পঃ- অসিত গাংগুলী (১৯৭১)
শেষ উপহাৰঃ- পৰিচালকঃ- গোপাল বৰঠাকুৰ, সঃপঃ- জেঃ পিঃ দাস

- ৰে আৰম্ভ হোৱা এলবাম / বোলছবিৰ নামসমুহ:-
সোণতৰা (Suntora), পৰিচালকঃ- নিপ বৰুৱা; সঃ পঃ- ৰমেন বৰুৱা (১৯৭৩)
সন্ধ্যা ৰাগ (Sandhya Raag), পৰিচালকঃ- ভবেন্দ্ৰ নাথ শইকীয়া;
             সঃপঃ- ৰমেন চৌধুৰী, ইন্দ্ৰেশ্বৰ শৰ্মা, প্ৰভাত শৰ্মা (১৯৭৭)
সোণমা (Sunma) , পৰিচালকঃ- নিপ বৰুৱা ; সঃপঃ- ৰমেন বৰুৱা (১৯৭৭)
সৰাপাত (Sarapat), পৰিচালক:- আনোৱাৰ হুচাইন, স: পৰিচালক:- মুকুল বৰুৱা (৩০/০৩/১৯৫৬)
স্মৃতিৰ পৰশ (Smitir Parash), পৰিচালক:- নিপ বৰুৱা, স: পৰিচালক:- ব্ৰজেন বৰুৱা (০৬/০৪/১৯৫৬
সংগ্ৰামঃ-পৰিচালকঃ- অমৰ পাঠক, সংগীত পৰিচালকঃ- অসিত গাঙ্গুলী, গিৰিশ দাস (১৯,০১,১৯৬৮)

সংস্কাৰঃ- সংগীত পৰিচালকঃ-শ্বেৰ চৌধুৰী
সূত্ৰপাতঃ- সংগীত পৰিচালকঃ-বিভুৰঞ্জন চৌধুৰী
- ৰে আৰম্ভ হোৱা এলবাম / বোলছবিৰ নামসমুহ:-
হৃদয়ৰ প্ৰয়োজনঃ- পৰিচালকঃ- গৌৰী বৰ্মন ; সঃ পঃ- ৰমেন বৰুৱা (১৯৭২)
হৃদয়ৰ আঁৰে আঁৰেঃ- সঃপৰিচালকঃ- দিলু হাজৰিকা
হলধৰঃ- পৰিচালকঃ- সঞ্জীৱ হাজৰিকা, সঃপঃ- শ্বেৰ চৌধুৰী
হালধীয়া চৰায়ে বাওধান খায়ঃ- পৰিচালকঃ- জাহ্নু বৰুৱা, সঃপঃ- সত্য বৰুৱা

                                          

                  ❄

No comments: