Assamese Song: Eke
Eke Dui Holey
Album: Manav Aru Danav
Singer: Arati
Mukherjee & others
Director: Indukalpa
Hazarika
Music Director: Jitu-Tapan
Year: 1971
নাৰী:- একে একে দুই হ’লে
দুয়ে
দুয়ে কি ?
আনসকল:- চাৰি
!
নাৰী:- ‘অ’ৰ
পাছত ‘আ’
হলে
তাৰ
পাছত কি ?
আনসকল:- ই
!
নাৰী :- চৰাইটো
সেউজীয়া
ঠোটটো
ৰঙা !
শিকালেই
কথা কয় নামটো কোৱা ?
আনসকল:- ভাতৌ
!
নাৰী :- ফুলে
ফুলে ভোমোৰাই
কি খায় জানা ?
মৌ
!
আনসকল:- মৌ
!
নাৰী :- পুৱাতেই
হালধীয়া
ফুলে
কি জানা ?
সকলোৱে:- বেলি
! বেলি ! বেলি ! বেলি !
নাৰী :- লাৰালা
লা ! লা লা লা
লা
লা লাল লা লা !
লাৰালা
লা ! লা লা লা
লা
লা লাল লা লা !
নাৰী :- মিছা
কথাৰ ঠেং চুটি
মিছা
কথা কৈ !
কি
কি আছে বাৰু
গধূলিতো
ৰৈ ?
মিছা কথাৰ
ঠেং চুটি
মিছা
কথা কৈ !
কি
কি আছে বাৰু
গধূলিতো
ৰৈ ?
আনসকল:- বগলী
এ সবাহলে নগ’লি কিয় ?
নাৰী :- গৈছিলোঁ
গৈছিলোঁ বাটতে বৰষুণে পালে !
এঘৰৰ
ঘৰতে সোমাব খুজিলোঁ
চেংদৈ
কুকুৰে খালে !
আনসকল:- ছেই
কুকুৰ ছেই !
নাহিবি জপনাৰ দেই !
হাত নে জৰি
বগৰীৰ
গুৰি
ক’ৰপৰা
আহিলা
অ’
কুঁজী বুঢ়ী ?
অ’ ক’ৰপৰা
আহিলা
অ’
কুঁজী বুঢ়ী ?
অ’ ক’ৰপৰা
আহিলা
অ’
কুঁজী বুঢ়ী ?
হা:
হা: হা: (হাঁহি খিকিন্দালি) ৷৷
বোলছবি/এলবাম: মানৱ আৰু দানৱ
গায়ক/গায়িকা: আৰতি
মুখাৰ্জী আৰু লগৰীয়াসকল
পৰিচালক : ইন্দুকল্প হাজৰিকা
সংগীত পৰিচালক: জিতু-তপন
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment