Assamese Song: Ghor
Bhagileu
Album: Manav Aru Danav
Singer: Apurba
Das
Directo: Indukalpa
Hazarika
Music Director: Jitu-Tapan
Year: 1971
ঘৰ ভাগিলেও !
মন নেভাঙিবি
সাধু সন্তই
কয়..
চকুলোৰে মালা
গাঠিব জানিলে
জীৱন মধুৰ
হয়
অ’
জীৱন মধুৰ হয়
অ’
সাধু সন্তই কয়.. !
অ’
সাধু সন্তই.. কয়.. !
বিপদ বিলৈ
অহা
নাই কালৈ ?
বিপদ বিলৈ
অহা
নাই কালৈ ?
কোনেবা পৰা নাই দুখত ?!
ৰাম ৰহিমৰ
জানো
কি বৃথা
ভুগিছিলে
বনবাসত
লখিমী
সাবিত্ৰী
পৈপাৰে সাহিলি
পাহৰিছ
কিয় তই ?
অ’ পাহৰিছ
কিয় তই ?
চকুলোৰে মালা
গাঠিব জানিলে
জীৱন মধুৰ
হয়
অ’
জীৱন মধুৰ হয়
অ’
সাধু সন্তই কয়.. !
অ’
সাধু সন্তই.. কয়.. !
ভাগিব নিদিবি
চিগিব নিদিবি
ভাগিব নিদিবি
চিগিব নিদিবি
সাহেৰে বান্ধি ল মন..
নেউচি বিঘিনি
ঘো
ঘা গাজনি
কৰি ক জীৱনৰ পণ
যৌৱন দেহানি
বেহাব জানোছাই
একোৱে নকৰে ভয়..!
অ’
একোৱে নকৰে ভয়..!
চকুলোৰে মালা
গাঠিব জানিলে
জীৱন মধুৰ
হয়
অ’
জীৱন মধুৰ হয় ৷৷
বোলছবি/এলবাম: মানৱ আৰু দানৱ
গায়ক/গায়িকা: অপূৰ্ব
দাস
পৰিচালক : ইন্দুকল্প হাজৰিকা
সংগীত পৰিচালক: জিতু-তপন
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment