নৱ জগতৰ
ময়েই জ্যোতিকা
ময়ে পৃথিৱীৰ আলোকবৃত্তিকা
নতুন সত্য প্ৰচাৰিত কৰি
গায়ত্ৰী বেদ-মাতৃকা
প্ৰথম প্ৰভাত
মোৰ শুভ্ৰ কপালতে
জ্ঞানৰ অৰণ উদয় ৷
[জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত-কৱিতা]
[ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া]
No comments:
Post a Comment