এ জয় ৰঘুৰ নন্দন হে ৰাঘৱ
ৰামে জয়
ৰঘুৰ নন্দন ৷৷
অ মোকে কিনা কিনা প্রভু
মোকে
কিনা কিনা
আন ধন
নালাগয় ৰামধন বিনা ৷৷
কিনো ভাগ্য কিনো ভাগ্য
মিলল
হামাৰি
নিৰমল
ৰাঙাপদ পেখিলো তুমহাৰি ৷৷
(ভূপেন হাজৰিকাদেৱৰ কণ্ঠেৰে নিগৰিত ভক্তিমূলক গীত)
(ইউনিক’ডীয় ৰূপান্তৰ- দিগন্ত শইকীয়া)
2 comments:
কোন লিখিছে গীতটো?
মই জনাত এই গীতটি বৈষ্ণৱ কবি দুৰ্গাবৰ কায়স্থৰ ৰচনা
Post a Comment