অনুসন্ধান আকাংক্ষাত

Tuesday, August 7, 2012

এ জয় ৰঘুৰ নন্দন হে ৰাঘৱ



এ জয় ৰঘুৰ নন্দন হে ৰাঘৱ

          ৰামে জয় ৰঘুৰ নন্দন ৷৷



অ মোকে কিনা কিনা প্রভু

          মোকে কিনা কিনা

          আন ধন নালাগয় ৰামধন বিনা ৷৷



কিনো ভাগ্য কিনো ভাগ্য

          মিলল হামাৰি

                   নিৰমল ৰাঙাপদ পেখিলো তুমহাৰি ৷৷


(ভূপেন হাজৰিকাদেৱৰ কণ্ঠেৰে নিগৰিত ভক্তিমূলক গীত)
(ইউনিকডীয় ৰূপান্তৰ-  দিগন্ত শ‍ইকীয়া)         

2 comments:

bhuban gogoi said...

কোন লিখিছে গীতটো?

Anonymous said...

মই জনাত এই গীতটি বৈষ্ণৱ কবি দুৰ্গাবৰ কায়স্থৰ ৰচনা