Assamese
Song: Aru ki
Rakhila
Film: Koka Deuta Nati Aru Hati
Singer: ?
Music
Director: Ramen Baruah
Year: 1982
বাৰে বাৰে.... !
কি নিছা ...!
আশা হে নিৰ্দয় .. !
আৰু কি ৰাখিলা বাকী মো-লে
দয়াময় ..!
আৰু কি ৰাখিলা বাকী মো-লে
দয়াময় ..!
বাৰে বাৰে
কি নিছা !
আশা হে নিৰ্দয় .. !
আৰু কি ৰাখিলা বাকী মো-লে
দয়াময় !
উপজিয়ে নাপালো মই
আই বোলা ৰুণ.. !
ভাই ভনী শিপা হেৰাল
আশাৰে বুকু
হথাতে আঘাটে প্ৰভু
ভাগে হৃদয়.. !
আৰু কি ৰাখিলা বাকী মো-লে
দয়াময় !
যিমানে সাজিলো মই
সকলো বালি ঘৰ
জীৱন নদীত নাও এৰিলো
পালো বালিচৰ !
এতিয়াতো তুমি বিনে নাই মোৰ আশ্ৰয় !
আৰু কি ৰাখিলা বাকী মো-লে
দয়াময় !
বাৰে বাৰে কি নিছা
আশা হে নিৰ্দয় .. !
আৰু কি ৰাখিলা বাকী মো-লে
দয়াময় !!
বোলছবি/এলবাম: ককাদেউতা নাতি আৰু হাতী
গায়ক/গায়িকা: ?
সংগীত
পৰিচালক: ৰমেন বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
[ বি:দ্ৰ:- গীতটো শুনি লিখা, কিবা ভুল দেখিলে দেখুৱাই দিয়ে যেন ]
No comments:
Post a Comment