Assamese
Song: Oi Kolir
Krishna Buli
Film: Koka Deuta Nati Aru Hati
Singer: Dwipen
Boruah (Duet)
Music
Director: Ramen Baruah
Year: 1982
পুৰুষ: ঐ কলিৰ কৃষ্ণ বুলি হাঁহিলি
লাজ কিয় জানো কৰিলি
কলিৰ কৃষ্ণ বুলি হাঁহিলি
লাজ কিয় জানো কৰিলি
বোলো গোপিনী..
এইয়া দেখোন যমুনা নৈ !
না:
স: এই যা:
পুৰুষ: এইয়া কোন কলীয়া কদমৰে
অ’ ডালে পাতে লুকাই লাজতে
বুকুৰ মাজতে মোহন বাঁহী... !
বাজে দেখোন !
ৰৈ ৰৈ !
বাজে দেখোন ৰৈ ৰৈ ৰৈ !
না:
স: মৰি যাওঁ !
নাৰী: এ গোঁসাই হাততে পালো ধান
অ’ দেহি কিনো আমাৰ কঁপাল
না:
স: এ গোঁসাই হাততে পালো ধান
অ’ দেহি কিনো আমাৰ কঁপাল
জানোচা কি যে বিধি পাল
সঁচা কাণত পৰিলেগৈ !
কেনে পালা ?
পুৰুষ: ও ও ও ও ও ও এহ !
কাৰ কাণত কথা পেলাবি
কাৰ পিঠিৰ ছাল চিঙিবি
কাৰ কাণত কথা পেলাবি
কাৰ পিঠিৰ ছাল চিঙিবি
বোলো মৰিবি...
যিহ’কে পাই তিহ’কে কৈ !
পুৰুষ: অ’ বোলো কথাতে কটা যায়
অ’ বোলো কথাতে বঁটা পায়
আইহঁত মৰিছ উচ-পিচায় !
বুকুৰ মাজত বেঠা এটি থৈ !
না:
স: আজৌ যা:
২য় নাৰী: এওঁকে নাপাই মৰিছোঁ
ঘৰৰে সোণ-বাৰী এৰিছোঁ
১ম না: যা:
না:
স: এওঁকে নাপাই মৰিছোঁ
ঘৰৰে বাণ-বাৰী এৰিছোঁ
বোলো সোণাই ঐ..
পুৰুষ: কি হ’ল ঔ ?
না:
স: ঘৰৰ ল’ৰা ঘৰলৈ যোৱাগৈ !
পুৰুষ: হয়নে ?
না:
স: সোণাই ঐ..
ঘৰৰ ল’ৰা ঘৰলৈ যোৱাগৈ !!
বোলছবি/এলবাম: ককাদেউতা
নাতি আৰু হাতী
গায়ক/গায়িকা: দ্বিপেন
বৰুৱা (দ্বৈত কন্ঠত)
সংগীত
পৰিচালক: ৰমেন বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত
শইকীয়া)
[ বি:দ্ৰ:- গীতটো শুনি লিখা, কিবা ভুল দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে যেন ]
No comments:
Post a Comment