অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

পিয়লি পিয়লি


পিয়লি, পিয়লি ! কতনো লুকালি
মুকুতি যুঁজৰ সেনপতি ?
পৰেবতৰ শিখৰতে, ভৈ্যামৰ নামনিতে
দেশৰ লৰা-বুঢ়াই উচুপিছে দিনে-ৰাতি ৷
আমাৰ পিয়লি বোপাটিৰ নাভাঙিলে কালঘুমটি
মৰণে ললে সাবটি ৷

দেশৰে আকাশত জুইৰে আঁকিলে
স্বাধনতাৰ হাতীপটি ৷
পিয়লিক সুঁৱৰি দিখৌ নৈ থমকে
চকুপানী টুকি টুকি ৷
মুকুতিৰ শিখা ৰাইজে জ্বলাব
পিয়লিৰ থাপনা পাতি ৷
মুকুতি যু্রজৰ সেনাপতি ৷

(থাছবি : পিয়লি ফুকন, ১৯৫৫ চন)
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: