অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

পিতৃগৃহ ত্যাগি আই



পিতৃগৃহ.. ত্যাগি... আই মোৰ !

পতি গৃহে... যায়

দুই পাৱ ..চলে.. যদি..

হওঁক পিচুৱায় ৷       [ হওঁক → এক ]



মৃগ শিশুটিয়ে আইটি          [ আইটি → আই তোক ]

এৰিকে নিদিয়ে

পিতৃ আৰু সখীদ্বয়ে

কোন সতে এৰে ?



ঐশ্বৰ্য্যৰ সাগৰ পা

নৃপতিৰ ঘৰে

তথাপি কিতে আজি             [ কিতে → কিসতে ]

মালিনী নৈ এৰে ?



ময়ূৰপঙ্খী নাও তই  

কন্যাক কলৈ কাঢ়ি নিয়.. ?


পত্রবিহিন বৃক্ষক কিয়

সঁহাৰি নিদিয়.. ?



দিগন্ত ঢাকিলে অন্ত

হিম দুখৰ ছাঁই !     [ হিম দুখৰ ছাঁই → হিন্দুৰ সত্ত্বাই ]

তপোবনৰ গীতিকাৰেও

প্রকাশ হেৰুৱায় ...

পিতৃগৃহ ত্যাগি আই মোৰ

পতি গৃহে যা...য়

পতি গৃহে যায় !!





(কথাছবি : শকুন্তলা, ১৯৬১ চন)
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: