অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

তুমিয়ে গোৱালা প্ৰিয়া গান



তুমিয়ে গোৱালা প্রিয়া গান

গান..

তুমিয়ে গোৱালা প্রিয়া গান

তুমিয়ে গোৱালা গান..

তুমিয়ে কি কলা প্রিয়া...

কৰি মোক

মতলীয়া

বেঁঠা ভৰা পৰাণৰ গান ৷



         তুমিয়ে দেখুৱাই

         মধুৰ সপোন !

         হৈ পৰিচিতা

         চিৰই আপোন ;

         তুমিয়ে দেখুৱাই

         মধুৰ সপোন !

         হৈ পৰি চিতা

         চিৰই আপোন !

         গলা কিয় পাহৰি

         তুমি প্রেম লহৰি

         গলা কিয় পাহৰি

         তুমি প্রেম লহৰি

         যমুনা বোৱাই

         উজাই...

         তুমিয়ে গোৱালা প্রিয়া গান

         গান ...!



তুমিয়ে কৰিলা প্রিয়া...

প্রেৰণাৰে..

ভৰা হিয়া..!

তুমিয়ে কৰিলা প্রিয়া

প্রেৰণাৰে..

ভৰা হিয়া...

যাখিনিতে বাসনাৰ

মধুৰ উপহাৰ

যাখিনিতে বাসনাৰ

মধুৰ উপহাৰ

মিছা এজোৰ মালা

অতগান

জীৱনৰ হওঁক অৱসান

জীৱনৰ হওঁক অৱসান !

তুমিয়ে গোৱালা প্রিয়া গান

 গান... !

 তুমিয়ে শিকালা প্রিয়া গান ৷৷



 (ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: