অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

নিশাৰ এন্ধাৰ পোহৰালে কোনে


নিশাৰ এন্ধাৰ পোহৰালে কোনে ?
দূৰ আকাশৰ ৰূপালী জোনে ৷
উদং কোলা মোৰ পূৰালেহি কোনে ?
দূৰ আকাশৰ ৰূপালী জোনে ৷

অপূৰ্ণ মোৰ বাসনাবোৰ
জ্যোতিৰে ভৰি গ
মোৰ হাহাকাৰ বুজিবনো কোনে ?
দূৰ আকাশৰ ৰূপালী জোনে ৷

(কথাছবি: মা , ১৯৮৩ চন )
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: