হায়ৰে প্রাণেৰ বাছা মোৰ 
তুই কোলে নাই
যনে দেখি তনে
অন্ধকাৰ 
হায়ৰে প্রাণেৰ বাছা মোৰ 
তুই কোলে নাই
যনে দেখি তনে
অন্ধকাৰ 
আপন শিশু বুকে
নাই;
আমাৰ মনে সুখ
নাই
পৰাণটা মোৰ কৰে
হাহাকাৰ 
পৰাণটা মোৰ কৰে
হাহাকাৰ ৷৷
(ভূপেন হাজৰিকাদেৱে ৰচা
ঊষা
মঙ্গেচ্কাৰৰ কন্ঠেৰে নিগৰিত)
(কথাছবি: চামেলি মেমচাব, ১৯৭৫ চন)
(ইউনিক'ডীয়
ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment