অনুসন্ধান আকাংক্ষাত

Wednesday, April 11, 2012

হাৱা নাই বাতাস নাই


হাৱা নাই, বাতাস নাই
সৱ গেছে সুৰ নাই
তোমাৰ বিনা কেমনে ৰহিবো
কেমনে সাগৰ হবো পাৰ
কেমনে সাগৰ হবো পাৰ ৷

পখীৰ খাঁচা , আমাৰ বাসা,
উৰি গেল জীৱন-পখী ৷
পৰি ৰৈল আশা আমাৰ
উৰি গেল প্রাণ সোণটি
নৰৈলেক নাহি পাৰাপাৰ ৷৷
কেমনে সাগৰ হবো পাৰ ৷

(কথাছবি: চামেলি মেমচাব , ১৯৭৫ চন)
(ভূপেন হাজৰিকাদেৱে ৰচা ঊষা মঙ্গেচ্‌কাৰৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: