অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

মৎস্য কূৰ্ম্ম নৰসিংহ


মৎস্য কূৰ্ম্ম নৰসিংহ
বামন পৰশুৰাম
হলিৰাম বৰাহ শ্রীৰাম
বুদ্ধ কল্কি নামে দশ
আকৃতি ধৰিছা কৃষ্ণ
তযুপদে কৰোঁহো প্রণাম ৷৷

মোৰ সোণ যেন কুশলে থাকে
জন্মদিনতো দিবলৈ একো নাই
নোচোৱে যেন মোক পাপে ৷৷

দুখীয়াৰ পঁজাৰে মাটিৰে চাকিৰে
সোণ মোৰ শলিতাগছি
শুদাকৈ জীৱনত সোণ মোৰে আহি
চকুপানী দিলে মচি ৷
মায়াৰে কুঁৱলীত নেদেখোঁ বাট
দিয়া যেন আশীৰ্ব্বাদ ৷৷

(কথাছবি: বনজুই, ১৯৭৮ চন)
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: