অনুসন্ধান আকাংক্ষাত

Tuesday, March 15, 2011

How to Stop Advertisement Ads SMS & Calls to your BSNL, Airtel & Vodafone Mobile


How to Stop Advertisement Ads SMS & Calls to your BSNL, Airtel & Vodafone Mobile
All BSNL, Airtel and Vodafoneusers can sms START DND to 1909 (toll free) to stop these unwanted calls.
     কিবা কামত ব্যস্ত হৈ আছে তেনেতে আপোনাৰ মোবাইল ফোনটোলৈ ক’ল আহিল , ফোনটো ধৰিলে সিফালৰপৰা  ভাহি আহিল এটা  এটাকৈ গান , আপোনাক কম্পিউটাৰ চালিত মাতে কলে তাৰ ভিতৰত এটা গান হেল্ল’ টিউন বনাবলৈ বা আন কোনো ব্যৱসায়িক আচনি গ্রহন কৰিবলৈ  আৰু  তেনেকুৱা ধৰণৰ SMS ও আহিল, আপোনাৰ inbox ভৰাই দিলে তেতিয়া আপোনাৰ কেনেকুৱা লাগিব বাৰু ৷ এই ব্যৱসায়িক ক’ল বা SMS বোৰ বন্ধ কৰিবৰ বাবে SMS কৰক START DND আৰু পঠিয়াই দিয়ক 1909(বিননামূল্যে)ত ৷ ৪৫ দিনৰ ভিতৰত কাৰ্য্যকৰি হ’ব আৰু এক নিবিচৰা বিৰক্তিকৰ ক’ল-SMSবোৰৰ পৰা মুক্তি পাওক (BSNL, Airtel আৰু Vodafone ৰ চাৰ্ভিচ প্রভাইডাৰৰ সহায় লৈ)  ৷৷

No comments: