অনুসন্ধান আকাংক্ষাত

Monday, September 10, 2018

দিনবোৰ মোৰ সঁজাত নৰ'লে

দিনবোৰ মোৰ সজাত নৰ'লে
নৰ'লে সেই তাহানিৰ নানা ৰঙৰ দিনবোৰ
কান্দোন হাঁহিৰ বান্ধোন
দেখোঁ নসহিলেও
নসহিলে সেই তাহানিৰ নানা ৰঙৰ দিনবোৰ
-
মোৰ প্ৰাণৰ গানৰ ভাষা
শিকিব বুলি আছিল আশা
উৰি গ'ল গ'ল..
সকলো কথা নক'লে
নক'লে সেই তাহানিৰ নানা ৰঙৰ দিনবোৰ
-
সপোন দেখোঁ
যেন সিহঁতে কাৰ আশাত ঘূৰে
মোৰ ভঙা সজাৰ চৌপাশে
সেই তাহানিৰ নানা ৰঙৰ দিনবোৰ
-
যিমান ব্যথা হয়নে থাকি
কিহত জানো
ছায়াৰ পখী
আকাশ সানি একো দেখোঁ নব'লে
নব'লে সেই তাহানিৰ নানা ৰঙৰ দিনবোৰ
দিনবোৰ মোৰ সোণৰ সজাত  নৰ'লে
নৰ'লে সেই তাহানিৰ নানা ৰঙৰ দিনবোৰ  ।।
-
ভূপেন হাজৰিকাদেৱৰ কণ্ঠেৰে ৰবীন্দ্ৰ সংগীতৰ ঠাঁচেৰে নিগৰিত গীত
ইউনিক'ড ৰূপান্তৰঃ -  দিগন্ত শইকীয়া আৰু নীলাক্ষি দেৱী ডেকা

No comments: