অনুসন্ধান আকাংক্ষাত

Wednesday, August 24, 2016

মৰম মৰহি ৰ'ল



Assamese Song:    Morom morohi gol
Album:                Rangdhali
Singer:                
Music Director:    Hemen Hazarika
Year:                  1979



(মৰম মৰহি ৰ'ল
সপোন মলঙি গ'ল)←২
(মোৰ হিয়াত
নকৰা আঘাট
থৰ লাগি চাই ৰ'ল)←২
মৰম মৰহি ৰ'ল
সপোন মলঙি গ'ল
-
সময় বোৱতী নৈ
টুলুঙা নাৱত মই
(চকুত তোমাৰ
অবুজ সাঁথৰ )←২
কোনেও নজনা হ'ল
কোনেও নুবুজা হ'ল
-
(মই যদি নৈ
তুমি দুটি পাৰ)←২
জীৱন এখনি নাও
(আহাঁ দুয়ো
উটি উটি যাওঁ )←২
কোনোবা এদিন
লাগিব এদিন..
-
কোনোবা এদিন
লাগিব এদিন
পাৰাপাৰ যদি পাওঁ
(সপোন আপোনা
তুমিতো নাজানা
কোন তুমি আৰু মই)←২
-
(কেঁচা কলিজা
নকৰা আঘাট
আকৌ নতুন সুৰ)←২
(প্ৰথমখিনি)

-

বোলছবি/এলবামঃ    ৰাংঢালী
গায়ক/গায়িকা:            
সংগীত পৰিচালক:      হেমেন হাজৰিকা
(ইউনিক’ড ৰূপান্তৰ:        দিগন্ত শইকীয়া)


No comments: