Assamese Song: Aghone
Anile (Duet)
Album: Adalat
Singer: Dwipen
Baruah & Kuntola Deka
Lyrics : Nurul Haque
Lyrics : Nurul Haque
Director: Dilip
Deka
Music Director: Jitu-Tapan
Year: 1976
পুৰুষ: আঘোণে
আনিলে হাঁহি আনিলে
নাৰী : সোণালী পথাৰে আজি হাঁহিলে
দুয়ো : আঘোণে
আনিলে হাঁহি আনিলে
সোণালী
পথাৰে আজি হাঁহিলে
পুৰুষ : হিয়া
জুৰণীয়া
নাৰী : শুৱনি
ধাননি !
পুৰুষ: দেহা
জুৰণীয়া
নাৰী : কাৰেনো
মুখনি ?
দুয়ো : ৰঙতে
বাউলি !
হালিছে,
জালিছে মন...
পুৰুষ : চেনেহী
মোৰে মৰমী !
নাৰী : সোণতে
সোৱগা তোৰেনো হাঁহিটি !
পুৰুষ : মনে
মোহনীয়া
নাৰী : সুহুৰি
মাৰিলি !
পুৰুষ
: কিহতে পিৰিতি
নাৰী
: হাকুটি ধৰিলি !
দুয়ো
: তোকেনো পাবলৈ
উগুলে, থুগুলে, মন..
পুৰুষ: ধৌৱে ধৌৱে যায় ভাহি
ডিঙা মোৰ (ডিঙা মোৰ..)
এৰি থৈ
যালে যে সি
সোণা মোৰ..
সকলোৱে
: হে হেই ৰে
হেইয়া হেইয়া হেইয়া
হেই হেইয়া !
হে হেই ৰে হেইয়া হেইয়া হেইয়া
হেই হেইয়া !
পুৰুষ
: অ’.....!
(আলাপ) স : হে হেই ৰে
হেইয়া
হেইয়া হেইয়া
হেই হেইয়া !
অ’.....
(আলাপ) স : হে হেই ৰে
হেইয়া
হেইয়া হেইয়া
হেই হেইয়া !
সকলোৱে
: ৰু-ৰু-ৰু ! ৰু-ৰু ৰু-ৰু ৰু
ৰু-ৰু-ৰু
! ৰু-ৰু ৰু-ৰু ৰু ;
অন্য
পুৰুষ : হেই হেই ! গুৰ গুৰ গুৰ..
হেই হেই ! হেই হেই !
পুৰুষ
: মন মুকলি, ৰং
বুটলি
পৰাঙতুলি গাঁও
নাই ঠিকনা বাট অজনা
যাওঁ মাথোঁ মই যাওঁ
এই ধৰা...!. মোৰেই ঘৰ
নাই তাত ! কোনো পৰ
মুকলি মনেৰে চাওঁ..
হাততে
সৰগ পাওঁ...
মুকলি মনেৰে চাওঁ..
হাততে
পৰশ পাওঁ...
মন মুকলি, ৰং বুটলি
পৰাঙতুলি গাঁও
নাই ঠিকনা বাট অজনা
যাওঁ মাথোঁ মই যাওঁ
মন মুকলি, ৰং বুটলি
পৰাঙতুলি গাঁও
নাই ঠিকনা বাট অজনা
যাওঁ মাথোঁ মই যাওঁ
অ’.......
(আলাপ)
অ’.......
(আলাপ) ৷৷
বোলছবি/এলবাম: আদালত
গায়ক/গায়িকা: দ্বিপেন
বৰুৱা & কুন্তলা ডেকা
পৰিচালক : দিলিপ ডেকা
সংগীত পৰিচালক: জিতু-তপন
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment