Assamese Song: Arunu Kiman Asey Baki
Album: Raja Harichandra
Singer: Mitraa
Phukan
Lyrics: Keshav
Mahanta
Director: Diban Baruah
Music Director: Ramen Baruah
Year: 1980
হালে জালে কুমলীয়া গা
ফুল কুমলীয়া
হালে জালে কুমলীয়া গা
ফুল কুমলীয়া
হালে জালে কুমলীয়া !
গা....
হালে জালে কুমলীয়া গা
ফুল কুমলীয়া
হালে জালে কুমলীয়া গা !
ফাগুণীৰ বা-চাতি
উৰে কি উৰে..
কঁকাল খামুচীয়া !
ঘূৰে কি ঘূৰে…
ফাগুণীৰ বাচাতি
উৰে কি উৰে..
ককাল খামুচীয়া !
ঘূৰে কি ঘূৰে..!
দেহা উজান ধাকি !
গুম গুম কৰে..
দেহা উজান ধাকি !
গুম গুম কৰে..
কাষলৈ নাহিবি
যাহ যাহ যা ...
হালে জালে কুমলীয়া গা
ফুল কুমলীয়া
হালে জালে কুমলীয়া
গা….!
হালে জালে কুমলীয়া
গা….
হালে জালে কুমলীয়া গা
ডিঙিৰ সতে সৰি
লৰে কি চৰে
বন্ধা চুলিটাৰী
সুলকি পৰে….,
ডিঙিৰ সতে সৰি
লৰে কি চৰে
বন্ধা চুলিটাৰী
সুলকি পৰে ..!
কিহে জানোঁ আহি
আমনি কৰে
কিহে জানোঁ আহি
আমনি কৰে !
তাতে বিচাৰি
তাত, তাত, তাত...
হালে জালে কুমলীয়া গা
ফুল কুমলীয়া
হালে জালে কুমলীয়া !
গা….
হালে জালে কুমলীয়া গা
ফুল কুমলীয়া
হালে জালে কুমলীয়া গা.. ৷৷
বোলছবি/এলবাম: ৰজা
হৰিচন্দ্ৰ
গায়ক/গায়িকা: মিত্ৰা
ফুকন
পৰিচালক
: দ্বিবন
বৰুৱা
সংগীত পৰিচালক: ৰমেন
বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment