Assamese Song: Arunu
Kiman Asey Baki
Album: Raja Harichandra
Singer: Namita
Goswami
Lyrics: Keshav
Mahanta
Director: Diban Baruah
Music Director: Ramen Baruah
Year: 1980
আৰু...নো
কিমা..ন
আছে..
বাকী…!
চকুলো ! তোমাৰ আই...
আৰুনো কিমান আছে, বাকী..!
চকুলো তোমাৰ আই...
আৰুনো কিমান আছে, বাকী..!
চকুলো তোমাৰ আই...
কাৰনো মুখলে চাই
হেপাহ নলবি আই
যেনিয়ে চোৱা..!
হুমুনিয়াহ..
শুদা ! শুদা ! নাই নাই..
আৰুনো কিমান আছে, বাকী..!
নিষ্ঠুৰ কাল ধুমুহা ভাঙি দি
অকা..ৰণে এই ঘৰ
নিষ্ঠুৰ কাল ধুমুহা ভাঙি দি
অকা..ৰণে এই ঘৰ
চেনেহৰ এনাজৰি
চিঙি নিলি কাঢ়ি
আঁজলি হিয়াত
এইকুৰা
চিতা জুই নুমুৱাই
আৰুনো কিমান আছে, বাকী..!
চকুলো তোমাৰ আই...
চকুলো.. !
তোমাৰ ..!
আই...৷৷
বোলছবি/এলবাম: ৰজা
হৰিচন্দ্ৰ
গায়ক/গায়িকা: নমিতা
গোস্বামী
পৰিচালক : দ্বিবন
বৰুৱা
সংগীত পৰিচালক: ৰমেন
বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment