Assamese Song: Aji
Ki Je Mukoli
Album: Shakuntala
Aru
Shankar
Josheph Ali
Singer: Dwipen
Baruah and Jayanta Das
Director: Nip Baruah
Music
Director: Ramen Baruah
Year: 1984
পুৰুষসকল:- আজি
কিযে মুকলি
কিযে
আনন্দ
উচপিচ
উচপিচ মন নাচনী
পালে
কিনো ছন্দ..
আজি
কিযে মুকলি
কিযে
আনন্দ
উচপিচ
উচপিচ মন নাচনী
পালে
কিনো ছন্দ..
আজি কিযে মুকলি
পুৰুষ:- অ’
ফুল কলি ক’ত আছিলি
মনে
মনে লুকাই ?
পুৰুষসকল :- তই
মনে মনে লুকাই !
পুৰুষ:- জান
জানোঁ আমাৰ মনবোৰ
পুৰুষসকল :- আছিল
তেনেই শুকাই খিনাই
ক’ত ক’ত
আছিলি লুকাই.. ?
অ’
ফুল কলি ক’ত আছিলি
মনে
মনে লুকাই ?
জান
জানোঁ আমাৰ মনবোৰ
আছিল
তেনেই শুকাই খিনাই
ক’ত
আছিলি লুকাই.. ?
সোণৰ
বৰণ তই,
জোনৰ বৰণ তই
চম্পাৰে
হাঁহি তই ! গোলাপৰে গন্ধ,
সোণৰ
বৰণ তই,
জোনৰ বৰণ তই
চম্পাৰে
হাঁহি তই ! গোলাপৰে গন্ধ,
আজি কিযে মুকলি
কিযে
আনন্দ
উচপিচ
উচপিচ মন নাচনী
পালে
কিনো ছন্দ..
আজি
কিযে মুকলি !
পুৰুষ:- আজি
সৰু কাইলৈ সৰু
পৰহিলৈ
ডাঙৰ হ’বি !
পুৰুষসকল :- তই
পৰহিলৈ ডাঙৰ হ’বি !
পুৰুষ:- আমাক
জান তেতিয়া তই
পুৰুষসকল :- মামা
বুলি কবি বাবা, মামা...!
মামা ! মামা ! মামা ! বুলি কবি
আজি
সৰু কাইলৈ সৰু
পৰহিলৈ
ডাঙৰ হ’বি
আমাক
জান তেতিয়া তই
মামা
বুলি কবি বাবা, মামা...!
মামা বুলি কবি..
আমাৰ গাড়ীলে তই আমাৰ ভাগিন হ’লি
উঠিবি
সদায় আমাৰ ! আন কাম বন্ধ
আমাৰ
গাড়ীত তই আমাৰ ভাগিন হ’লি
উঠিবি
সদায় আমাৰ ! আন কাম বন্ধ
আজি
কিযে মুকলি
কিযে
আনন্দ
উচপিচ
উচপিচ মন নাচনী
পালে
কিনো ছন্দ..
আজি
কিযে মুকলি ৷৷
বোলছবি/এলবাম: শকুন্তলা
আৰু শংকৰ জোচেফ আলি
গায়ক/গায়িকা: দ্বিপেন
বৰুৱা আৰু জয়ন্ত দাস
পৰিচালক : নিপ
বৰুৱা
সংগীত পৰিচালক: ৰমেন
বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment