Assamese Song: Habi
Bhangi Ahisey O
Album: Shakuntala
Aru
Shankar
Josheph Ali
Singer: Kabita
Barthakur
Director: Nip Baruah
Music
Director: Ramen Baruah
Year: 1984
হাবি ভাঙি আহিছে অ’
কঁকাল ভাঙি হাঁহিছে
কঁকাল ভাঙি হাঁহিছে
কঁকাল ভাঙি হাঁহিছে ঐ
ক’ৰে অ’ নিলাজি নৈ
ক’ৰে অ’ নিলাজি নৈ
ক’ৰে ঐ..
নিলাজি নৈ
হাবিৰে সোণ ! হালিছে সোঁতে চুমা !
যাঁচিছে ! হাবিৰে সোণ ! হালিছে সোঁতে চুমা !
যাঁচিছে ! আকুলি-বিকুলি আউলি-জাউলি বাউলি হৈ
ক’ৰে ঐ..
নিলাজি নৈ
চৰাইও সোণামূৱা, তহঁতনো কেনেকুৱা ?
তহঁত কেনেকুৱা ? তহঁত কেনেকুৱা.. ?
চৰাইও সোণামূৱা, তহঁতনো কেনেকুৱা ?
ওখ গছত থাক কে..নেকৈ.. ?
ওখ গছত থাক কেনেকৈ ?
বৰষুণ ! ধুমুহা ! হাবি কুকুৰা !
কুকুহা ! বৰষুণ !
ধুমুহা হাবি কুকুৰা !
কুকুহা ! আহনো
কেতিয়া, যাৱনো কেতিয়া
নাহেনে ভয়...
হাবি ভাঙি আহিছে অ’ কঁকাল ভাঙি
হাঁহিছে
কঁকাল ভাঙি হাঁহিছে ঐ ক’ৰে
অ’ নিলাজি নৈ
ক’ৰে ঐ
নিলাজি নৈ
ময়ো জানোঁ সাতুৰিব !
ময়ো জানোঁ গছ বগাব !
জানোঁ গছ বগাব
জানোঁ ব..গাব
ময়ো জানোঁ সাতুৰিব !
ময়ো জানোঁ গছ বগাব !
পৰ্বততো উ..ঠো মই !
পৰ্বততো উঠো মই
দেখিছনে ! কেনেকৈ ডুলি ডুলি !
আছোঁ মই, পৰিও নপৰোঁ, সৰিও নপৰোঁ
নপৰোঁ মই !
পৰিও নপৰোঁ, সৰিও নপৰোঁ
নপৰোঁ.... ৷৷
বোলছবি/এলবাম: শকুন্তলা
আৰু শংকৰ জোচেফ আলি
গায়ক/গায়িকা: কবিতা
বৰঠাকুৰ
পৰিচালক : নিপ
বৰুৱা
সংগীত পৰিচালক: ৰমেন
বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment