Assamese Song: Eiya Dhunia Godhuli
Album: Monot
Birinar Jui
Singer: Sangita
Kakati
Director: Ashok Kumar
Bishaya
Music
Director: Hiranya
Kashyap, Diganta Sarma,
Abhijit
Barman & Suresh Kumar
Year: 2004
নাৰী :- এইয়া
ধুনীয়া গধূলি
নাই নাযাবা
এৰি
এইয়া
ধুনীয়া গধূলি
নাই নাযাবা
এৰি
ৰোৱা
থাকাচোন কাষতে
এই জোনাকী
ৰাতি
নক’লা
একোকে কিয়নো
আছোঁ যে
কাষতে আজি... !
এইয়া
ধুনীয়া গধূলি
নাই নাযাবা
এৰি
ৰোৱা
থাকাচোন কাষতে
এই জোনাকী
ৰাতি
নক’লা
একোকে কিয়নো
আছোঁ যে
কাষতে আজি... !
এইয়া
ধুনীয়া গধূলি
নাই নাযাবা
এৰি
তোমাৰ কথা ভাবিলে
নাজানোঁ
কিযে হয়
জ্বলে দেহা
মৰমত
বুকু-ভৰি
ৰয় -
তোমাৰ কথা ভাবিলে
নাজানোঁ
কিযে হয়
জ্বলে দেহা
মৰমত
বুকু-ভৰি
ৰয়
!
যৌৱনে
নেমানে উতলা পচোৱা কাক..!
এই কথাৰে, নালাগে
যে, বুজাব কেনেকে আজি..!
এইয়া
ধুনীয়া গধূলি
নাই নাযাবা
এৰি
পুৰুষ:- অলৌগুটি
তকৌগছত
লগাই
খদৌ মদৌ
জৰ জৰকৈ সৰিল নিয়ৰ
হ’ল
জলৌ জপৌ !
হলৌ !
অ’ জপৌ !
ছো....ফা !
নাৰী
:- তোমাৰ পৰশতে যে !
আছে কামনাৰে ছাঁ
তাতে দিয়া জোনাকত
বাসনা উতলা বা -
তোমাৰ পৰশতে যে !
আছে কামনাৰে ছাঁ
তাতে দিয়া জোনাকত
বাসনা উতলা বা -
উশাহে
নিশাহে এইকুৰা উতলা জুই.. !
তুমি সজা ! মানুহ সজা !
হিয়াৰে
গাগৰিত বহি...
এইয়া
ধুনীয়া গধূলি
নাই নাযাবা
এৰি
ৰোৱা
থাকাচোন কাষতে
এই জোনাকী
ৰাতি
নক’লা
একোকে কিয়নো
আছোঁ যে
কাষতে আজি... !
এইয়া
ধুনীয়া গধূলি
নাই নাযাবা
এৰি
ৰোৱা
থাকাচোন কাষতে
এই জোনাকী
ৰাতি
নক’লা
একোকে কিয়নো
আছোঁ যে
কাষতে আজি... !
এইয়া
ধুনীয়া গধূলি
নাই নাযাবা
এৰি ৷৷
বোলছবি/এলবাম: মনত
বিৰিণাৰ জুই
গায়ক/গায়িকা: সঙ্গীতা
কাকতি
পৰিচালক : অশোক
কুমাৰ বিষয়া
সংগীত পৰিচালক: হিৰণ্য
কাশ্যপ, দিগন্ত শৰ্মা
অভিজিত বৰ্মন আৰু সুৰেশ কুমাৰ
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment