Assamese Song: Hari
Naache Krishna
Album: Chik
Mik Bijuli
Singer: Sudakshina
Sarma
Music Director: Bhupen Hazarika
Year: 1969
হৰি নাচে কৃষ্ণ
বিমলই অম্বুজ বদন...
প্ৰভু নাচে কৃষ্ণ
বিমলই অম্বুজ বদন...
আৰে বিমল অম্বুজ, বিমলই অম্বুজ !
বিমলই অম্বুজ বদন,
হৰি নাচে কৃষ্ণ
বিমলই অম্বুজ বদন...
প্ৰভু নাচে কৃষ্ণ
বিমলই অম্বুজ বদন...
ৰতন আসন ৰতন ঘোষন
তপব কাঞ্চন মৰণ.. !
জলস ৰনভ পৰম পল্লভ
যেন বিকশিত ধৰণ,
হৰি নাচে কৃষ্ণ
বিমলই অম্বুজ বদন...
প্ৰভু নাচে কৃষ্ণ
বিমলই অম্বুজ বদন...
ঘেৰি ঘেৰি পলক পুণিত
আনন্দে আনিএ কিও !
গোপীসদে কহে কৰণ কমলে
সম্পকালে স্থানে দিও,
হৰি নাচে কৃষ্ণ
বিমলই অম্বুজ বদন...
প্ৰভু নাচে কৃষ্ণ
বিমলই অম্বুজ বদন...
বোলছবি/এলবাম: চিক্মিক্
বিজুলি
গায়ক/গায়িকা: সুদক্ষিণা
শৰ্মা
সংগীত পৰিচালক: ড৹
ভূপেন হাজৰিকা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment