Assamese Song: PHOOL
PHOOL
Album: Dr.
Bezbaruah
Singer: Dwipen
Borua & Nirmala Mishra
Director: Brojen Barua
Music Director: Ramen
Baruah
Year: 1969
পুৰুষ :- ফুল
!
ফুল ! ফুল !
অ’ অলি মেলিলে পাহি !
চৌ-পা-ষ-তে
! অলি উৰিলে আহি !
সমস্বৰে :- মেলিলে
পাহি !
উৰিলে
আহি !
মেলিলে
পাহি !
উৰিলে
আহি !
পুৰুষ :- ফুল
!
ফুল ! ফুল !
অলি মেলিলে পাহি !
চৌ-পা-ষ-তে
অলি উৰিলে আহি !
অলি উৰিলে আহি !
সমস্বৰে :- মেলিলে
পাহি !
উৰিলে
আহি !
মেলিলে
পাহি !
উৰিলে
আহি !
পুৰুষ :- জানানে
ফুলৰে কাণত !
অলিয়ে
কিনো কথা কয় !
যি
কথা শুনিলে ফুলত !
চাৱনি
লাজুক লজুক হয়..
নাৰী :- অলিয়ে
গানৰে চলত
গোপনে
চেনেহ ঢালি যায় !
ফুলৰে
বুকুৰে মনত
ক’বলৈ
মিনতি জনায়..
ক:
লি: গুণ-গুণাই..
দুয়ো :- অ’
মৰমী প্ৰিয়া..!
ভৰাই
মৌ পিয়লা
উজাৰি
দিয়া !
সকলোৱে:- মৰমী
প্ৰিয়া !
উজাৰি
দিয়া !
মৰমী
প্ৰিয়া !
উজাৰি
দিয়া !
পুৰুষ :- ফুল
!
ফুল ! ফুল !
অ’ অলি মেলিলে পাহি !
চৌ-পা-ষ-তে
!
অলি উৰিলে আহি !
অলি উৰিলে আহি !
সমস্বৰে :- মেলিলে
পাহি !
উৰিলে
আহি !
মেলিলে
পাহি !
উৰিলে
আহি !
নাৰী :- কিয়নো
ফাগুণে আহি
বুকুৰে
আঁচল উৰুৱাই
গোপনে
আলফুলে কৈ !
পৰশ
দি কিনো ভাল পায় !
পুৰুষ :- ফাগুণে
ফাগুণীয় বিহ
বুকুতে
আনে লুকুৱাই
পৰশৰ
চলতে দিয়ে
গোলাপী
মনত চতিয়াই !
নাৰী :- সেই
মন ৰং লাগি
হ’ল
পূৰ্ণিমাৰে জোন !
দুয়ো :- হাতলৈ
আহাঁনা
তুমি
মোৰে সোণ
পূৰ্ণিমাৰে
জোন !
পূৰ্ণিমাৰে
জোন !
পূৰ্ণিমাৰে
জোন !
পূৰ্ণিমাৰে
জোন ৷৷
*** অলি = ভোমোৰা ***
বোলছবি/এলবাম: ড৹
বেজবৰুৱা
গায়ক/গায়িকা: দ্বিপেন
বৰুৱা আৰু নিৰ্মলা মিশ্ৰ
কথাঃ এলি আহমেদ
কথাঃ এলি আহমেদ
পৰিচালক : ব্ৰজেন বৰুৱা
সংগীত পৰিচালক: ৰমেন
বৰুৱা
মুক্তি: ১৯৬৯ চন
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment