মোৰ গাঁৱৰ ঘৰৰ আগবাৰী
পাণ
আছিল
তামোল
আছিল
তাতে ফুল ৰুলোঁ মই হেজাৰ শাৰী
মোৰ
গাঁৱৰ ঘৰৰ আগবাৰী ৷
পিচ চোতালত
মই জোনাকত
গান
ভাবি
সুৰটি
লিখোঁ
তোকে
বিচাৰি
তোৰ
জুমুৰিত
গুমৰি
গুমৰি
ভাগৰি
পৰোঁ
লিখিব
নোৱাৰি ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; ০৭/১০/১৯৪৮)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment