Assamese Song:       Aji
Kino Pulakate
Film:                            Kazarangar
Kahini
Singer:                         Arati Mokharjee
Music Director:           Anopam Choudhury 
Year:                             1981
আজি কিনো পুলকতে..
মন ময়ুৰীয়ে নাচে !
কোনে আহি গণে গণে
প্ৰণয়ৰে সুৰভি জাগে !
আজি কিনো পুলকতে..
আজি অভিনৱ ৰূপে ..!
অপৰূপা কৰি ধৰা ..!
আজি অভিনৱ ৰূপে.. !
অপৰূপা কৰি ধৰা ..!
জোনালীৰে সোঁতে সোঁতে
নামি সুৰৰে নিজৰা !
জোনালীৰে সোঁতে সোঁতে
নামি সুৰৰে নিজৰা !
আজি কিনো পুলকতে..
জীৱনে আজি বিচাৰি..!
সৰভি মুকুতা আনে..
জীৱনে আজি বিচাৰি..!
সৰভি মুকুতা আনে
সযতনে আনি তাকে.. !
হৃদয়তে সাঁচি থলে ..
সযতনে আনি তাকে.. !
হৃদয়তে সাঁচি থলে ..
আজি কিনো পুলকতে..
মন ময়ুৰীয়ে নাচে.. !
কোনে আহি গণে গণে
প্ৰণয়ৰে সুৰভি জাগে ..!
আজি কিনো পুলকতে.. ৷৷
বোলছবি/এলবাম:    কাজিৰঙাৰ কাহিনী
গায়িকা:                    আৰতি মুখাৰ্জী  
সংগীত পৰিচালক:      অনুপম চৌধুৰী 
(ইউনিক’ড ৰূপান্তৰ:   দিগন্ত শইকীয়া)
[ বি:দ্ৰ:- গীতটো শুনি লিখা, কিবা ভুল দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে যেন ]
No comments:
Post a Comment