কথা: মহিকাসুৰ
বধৰ কিছুদিন পিছত কুম্ভ আৰু নিসুম্ভ নামৰ দুজন অসুৰ ভাতৃ মহা পৰাক্রমী হৈ উঠিল ,
তেওঁলোকে দেৱতাসকলক পুনৰ স্বৰ্গৰপৰা
অপসাৰণ কৰিলে ৷ স্বৰ্গহাৰা আৰু ৰাজ্যভ্রস্ত দেৱতাসকল হতাশ হৈ অনাই বনাই
ঘুৰি ফুৰোতে হঠাৎ দেৱীৰ পূৰ্ব্বৰ
প্রতিশ্রুতি কথা মনত পৰিল আৰু হিমালয় পৰ্ব্বতৰ নামনিত দেৱীক একান্তচিত্তে আৰধনা
কৰিব ধৰিলে , দেৱতাসকলে দেৱীক ভূত, ভৱিস্যৎ ,বৰ্তমান ,সৰ্ববিদ্যমান, মহাশক্তি,
সকলো কাম কালৰ আধাৰ ৰূপে প্রণিপাত জনাই মহানন্দ দায়িনী, মহামায়া, সৰ্বভূত জননী,
হিচাবে আকুল আৰধনা কৰিব ধৰিলে ৷
গীত: য়া দেৱী সৰ্ব ভূতে সুবুদ্ধি ৰূপে নং সংস্কৃতা
নম: তস্যই নম: তস্যই নম: তস্যই নমো নম: ৷৷
য়া দেৱী সৰ্ব ভূতে সু নিদ্রা ৰূপী নং
সংস্কৃতা
নম: তস্যই নম: তস্যই নম: তস্যই নমো নম: ৷৷
য়া দেৱী সৰ্ব ভূতে সু সুভা ৰূপে নং সংস্কৃতা
নম:
তস্যই নম: তস্যই নম: তস্যই নমো নম: ৷৷
য়া দেৱী
সৰ্ব ভূতে সু শক্তি ৰূপে নং সংস্কৃতা
নম:
তস্যই নম: তস্যই নম: তস্যই নমো নম: ৷৷
য়া দেৱী
সৰ্ব ভূতে সু তৃষ্ণা ৰূপী নং সংস্কৃতা
নম:
তস্যই নম: তস্যই নম: তস্যই নমো নম: ৷৷
য়া দেৱী
সৰ্ব ভূতে সু লজ্জা ৰূপে নং সংস্কৃতা
নম:
তস্যই নম: তস্যই নম: তস্যই নমো নম: ৷৷
য়া দেৱী
সৰ্ব ভূতে সু শান্তি ৰূপে নং সংস্কৃতা
নম:
তস্যই নম: তস্যই নম: তস্যই নমো নম: ৷৷
য়া দেৱী
সৰ্ব ভূতে সু শ্রদ্ধা ৰূপে নং সংস্কৃতা
নম:
তস্যই নম: তস্যই নম: তস্যই নমো নম: ৷৷
য়া দেৱী
সৰ্ব ভূতে সু লক্ষ্মী ৰূপে নং সংস্কৃতা
নম:
তস্যই নম: তস্যই নম: তস্যই নমো নম: ৷৷
য়া দেৱী
সৰ্ব ভূতে সু বৃত্তি ৰূপে নং সংস্কৃতা
নম:
তস্যই নম: তস্যই নম: তস্যই নমো নম: ৷৷
য়া দেৱী
সৰ্ব ভূতে সু মাতৃ ৰূপে নং সংস্কৃতা
য়া দেৱী
সৰ্ব ভূতে সু মাতৃ ৰূপে নং সংস্কৃতা
নম:
তস্যই নম: তস্যই নম: তস্যই নমো নম: ৷৷
নম: তস্যই
নম: তস্যই নম: তস্যই নমো নম: ৷৷
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত দূৰ্গা বন্দনা শ্লোক,বৰ্ণনা কৰে গীত আকাৰেৰে)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment