অনুসন্ধান আকাংক্ষাত

Monday, April 9, 2012

ক – খ – গ – ঘ


ক – খ – গ – ঘ  
চ – ছ –জ – ঝ
দুয়ে দুয়ে চাৰি গ’
এ বি চি ডি ইস্কুল পঢ়ি
গিয়ানী বনিব গ’
ক – খ – গ – ঘ
চ – ছ –জ – ঝ
দুয়ে দুয়ে চাৰি গ’
এ বি চি ডি ইস্কুল পঢ়ি
গিয়ানী বনিব গ’ ৷

হামাৰ কচি কচি বাছা
ইস্কুলে পঢ়িব গ’
লিখি পঢ়ি বড় হাওৱা
গাড়ীতে হাকাইব গ’
আসাম দেশে আসি মোৰা
পাই বহু মৰম গ’
কাঁচা সোনাৰ ডালে ডালে
টাকাৰ কচি পাতা গ’ ৷

পাতা তোলা মেহনত কৰা
কলম কৰা ঝুঠা গ’
ইস্কুল পঢ়ি সাহস কৰি
জাতিকে জাগাব গ’
ইস্কুল পঢ়ি সাহস কৰি
জাতিকে জাগাব গ’
অন্ধকাৰ আকাশে জানি
চান্দ তাৰা জ্বলে গ’
মাষ্টৰ বাবু ভাল মানুষ
হামাক আলো দিব গ’
হামাক গিয়ান দিব গ’
ভাল আলো দিব গ’ ৷৷

( কথাছবি: চামেলি মেমচাব, ১৯৭৫ চন )
(কণ্ঠঃ- ঊষা মঙ্গেছকাৰ)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)




No comments: