গছে পাত সলালে
কুলিয়ে বিনালে
পিন্ধিলে ন পোচাক প্রকৃতিয়ে ৷
দিলেহি ঊমান
অসমীৰে নতুন বছৰটো..
ব'হাগীক আদৰিবলৈ বিহু হুচৰিৰে ৷৷
গামোচা-বিহুৱান
যাঁচিব সন্মানেৰে
বিহুৰ পিঠা-পনাৰ আপ্যায়নে ৷
জনাইছোঁ সকলোকে
ৰঙালীৰ শুভকামনাৰে
জীৱনটো আগবাঢ়ে যেন ন-উদ্যমৰে ৷৷
কুলিয়ে বিনালে
পিন্ধিলে ন পোচাক প্রকৃতিয়ে ৷
দিলেহি ঊমান
অসমীৰে নতুন বছৰটো..
ব'হাগীক আদৰিবলৈ বিহু হুচৰিৰে ৷৷
গামোচা-বিহুৱান
যাঁচিব সন্মানেৰে
বিহুৰ পিঠা-পনাৰ আপ্যায়নে ৷
জনাইছোঁ সকলোকে
ৰঙালীৰ শুভকামনাৰে
জীৱনটো আগবাঢ়ে যেন ন-উদ্যমৰে ৷৷
No comments:
Post a Comment