অনুসন্ধান আকাংক্ষাত

Tuesday, May 12, 2015

ডম্বৰু বজাওঁ ডম্বৰু বজাওঁ

Assamese Song:      Domboru Bojau
Album:                Aranya
Singer:                Dwipen Baruah
Director:             Samarendra Narayan Dev
Music Director:      Sudhin Das Gupta
Year:                  1971


হে গুৰ গুৰ গুৰ গুৰ গুৰ গুৰ গুৰ গুৰ গুৰ
   
(ডম্বৰু বজাওঁ ডম্বৰু বজাওঁ) ←২

হাজো জুবি দেৰগাঁও ডম্বৰু বজাওঁ..!

ডম্বৰু বজাওঁ ডম্বৰু বজাওঁ

-

হে ৰামে বোলে সুগ্ৰীৱ

মই বৰ উদগ্ৰীৱ

-

ৰামে বোলে সুগ্ৰীৱ

মই বৰ উদগ্ৰীৱ

বান্দৰ সেনা পাওঁ কি নেপাওঁ

লঙ্কা জিনিবলে যাওঁ...

ডম্বৰু বজাওঁ ডম্বৰু বজাওঁ

-

-

মানুহ আৰু বান্দৰ !

-

নাই একো ভিন পৰ !

-

মানুহ আৰু বান্দৰ

নাই একো ভিন পৰ

ৰামে চৰক সেতু বান্ধি ৰাৱণেৰে

যুজে যুজে ৰাৱণেৰে যুজে...

পতি বিৰহ দুখ অনুহ বান্দেৰেও বুজে

বান্দেৰেও বুজে

ৰজা ৰামে বোলে

মই বান্দৰ ভাল পাও

বান্দৰ ভাল পাও

হাজো জুবি দেৰগাঁও ডম্বৰু বজাওঁ..

ডম্বৰু বজাওঁ ডম্বৰু বজাওঁ

-

-

আৰু বান্দৰৰ হনুমান !

-

বুলি কোন তেওঁ মান !

-

বান্দৰৰ হনুমান

বুলি কোন তেওঁ মান

হনুমানো ভৱ বাণ ৰামৰ

তীৰ্থ ঠাই..

পশু আৰু মানুহৰ বেলেগ একো নাই

ৰামে বোলে হনুমানৰ সমান

ক'ত পাওঁ সমান ক'ত পাওঁ..

হাজো জুবি দেৰগাঁও ডম্বৰু বজাওঁ..

ডম্বৰু বজাওঁ ডম্বৰু বজাওঁ  ৷৷




বোলছবি/এলবাম:        অৰণ্য
গায়ক/গায়িকা:           দ্বীপেন বৰুৱা
পৰিচালক :               সমৰেন্দ্ৰ নাৰায়ণ দেৱ
সংগীত পৰিচালক:        সুধীন দাসগুপ্ত
(ইউনিক’ড ৰূপান্তৰ:      দিগন্ত শইকীয়া)

No comments: