অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

তেজৰে কমলাপতি (দাম সুদামে ডাকে)


দাম সুদাম ডাকে তেৰী লৈয়া নাম

হেৰ দেখি উঠিয়া আসিল বলৰাম

নন্দ গেল বাথানে গোৱাল গেল পাল

সুৰভী চাৰিতে লাগে উঠৰে গোপাল

ক্ষীৰ লৱণু লৈয়ো শিঙা বেত বেণু

সকাল মেলিও বৎস হেম্বেলাৱে ভেনু

কহয় মাধৱ মাই কিনো তপ সাইলা

ত্ৰিজগত পতি হৈয়া ৰাখোৱাল পাইলা

তেজৰে কমলাপতি পৰভাতে নিন্দ




(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত বৰগীত)
(ইউনিক'ডীয় ৰূপান্তৰ অৰুন্ধতী তালুকদাৰ)

No comments: