জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতসমুহ (ইউনিক’ডীয় ৰূপত) :-
গীতসমুহ
বৰ্ণৰ ক্ৰম অনুসাৰে দিয়া আছে ,(Ctrl+f)টিপি অসমীয়াত নিৰ্দিষ্ট
গীতটোৰ নাম লিখিলে বিচৰা গীতটো পোৱা যাব ৷
[জ্যোতি সঙ্গীত, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীত সমুহ]
বি: দ্ৰ: - এই গীতসমুহ কোনোবাই পাৰিলে অসমীয়া ৱিকিপেডিয়াত তুলি দিলে ভাল পাম ৷
[জ্যোতি সঙ্গীত, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীত সমুহ]
বি: দ্ৰ: - এই গীতসমুহ কোনোবাই পাৰিলে অসমীয়া ৱিকিপেডিয়াত তুলি দিলে ভাল পাম ৷
অ – ৰে আৰম্ভ গীতসমুহ :-
আ – ৰে আৰম্ভ গীতসমুহ :-
আজি পুৱতি কিহৰে আৰতি (নাটক : নিমাতী কইনা)
আমাৰে সখীয়া আকুল বিয়াকুলে (নাটক : শোণিত কুঁৱৰী)
আমি কৰি ফুৰো বিয়াকুল (নাটক : শোণিত কুঁৱৰী)
ই – ৰে আৰম্ভ গীতসমুহ :-
ক – ৰে আৰম্ভ গীতসমুহ :-
কেং কুৰু কেং কুৰু (নাটক : সোণপখিলী)
(কোনে) গছে গছে পাতি দিলে (নাটক : শোণিত কুঁৱৰী)
গ – ৰে আৰম্ভ গীতসমুহ :-
গুমৰি উঠিছে হিয়া (নাটক : শোণিত কুঁৱৰী)
চ – ৰে আৰম্ভ গীতসমুহ :-
চৰাই বনৰীয়া মুকলিমুৰীয়া (নাটক : শোণিত কুঁৱৰী)
চিৰসুন্দৰ ! হে চিৰসুন্দৰ (নাটক : নিমাতী কইনা)
জ – ৰে আৰম্ভ গীতসমুহ :-
জননীৰ সন্তান জাগা (নাটক : মানৰ দিনৰ অগ্নিসুৰ)
জয় আলোকময় (নাটক : ৰূপালীম্ )
জয় জয় দানৱ সেৱিত (নাটক : শোণিত কুঁৱৰী)
জয় ৰূপমুগ্ধ (নাটক : নিমাতী কইনা)
জয় হিন্দ জয় জয় ( নাটক : লভিতা)
জাগা জাগা নক্ষত্ৰৰ (নাটক : নিমাতী কইনা)
জানো জানো জানো বিফলে নাযায় (নাটক : নিমাতী কইনা)
জিৰ-জিৰ জিৰ-জিৰ নিজৰি (নাটক : ৰূপালীম্ )
জোনাকী কাৰেঙত কোনে বীণ বায় (নাটক : নিমাতী কইনা)
জোনোৱালী নিশাৰ ৰূপোৱালী (নাটক : সোণপখিলী)
ড – ৰে আৰম্ভ গীতসমুহ :-
ত – ৰে আৰম্ভ গীতসমুহ :-
তোমাৰ কন্ঠৰে কন্ঠৱতী (নাটক : নিমাতী কইনা)
ন – ৰে আৰম্ভ গীতসমুহ :-
নিমাতী কইনা, নাহাঁহি মইনা (নাটক : নিমাতী কইনা)
নীল আকাশৰ এটা তৰা (নাটক: খনিকৰ)
নূপুৰে মাতে ৰুণজুণ্ (নাটক : শোণিত কুঁৱৰী)
প – ৰে আৰম্ভ গীতসমুহ :-
পৰ্বততে ফুলিলে ৰঙানোকৈ (নাটক : শোণিত কুঁৱৰী)
পাখি কৰে ৰুণ ৰুণ (নাটক: সোণপখিলী)
ব – ৰে আৰম্ভ গীতসমুহ :-
বনৰীয়া আমি বনৰ চৰাই (নাটক: কাৰেঙৰ লিগিৰী)
বাইদেউ বাইদেউ (নাটক: লভিতা)
বাৰিষাৰে ঘন ঘোৰ (নাটক: কাৰেঙৰ লিগিৰী)
বোৱাঁ বোৱাঁ দখিণ মলয়া (নাটক : শোণিত কুঁৱৰী)
ভ – ৰে আৰম্ভ গীতসমুহ :-
ম – ৰে আৰম্ভ গীতসমুহ :-
মই যদি ঐ জ্বলি থাকোঁতেই
মই হেনো বুঢ়ী (নাটক : শোণিত কুঁৱৰী)
মোৰ আজি সন্ধিয়াৰ গানৰ (নাটক: সোণপখিলী)
মোৰ বাৰীত ফুলিলে (নাটক: লভিতা)
মোৰ মনে মনে (নাটক: খনিকৰ)
মোৰ ৰাগ, কৰবীৰে পতা লবি পূজা (নাটক : নিমাতী কইনা)
মোৰে জীৱনৰ সখা কৃষ্ণ (নাটক: কাৰেঙৰ লিগিৰী)
য – ৰে আৰম্ভ গীতসমুহ :-
যাউতিযুগীয়া ধনে মোৰ অ’
(নাটক: কাৰেঙৰ লিগিৰী)
যাওঁ যাওঁ বিচাৰি (নাটক: সোণপখিলী)
ৰ – ৰে আৰম্ভ গীতসমুহ :-
ল – ৰে আৰম্ভ গীতসমুহ :-
লুইতৰ আকাশত তৰাৰ তৰাৱলী (নাটক: লভিতা)
লুইতেদি যাৱ ক’ৰে নাৱৰীয়া (নাটক: লভিতা)
শ – ৰে আৰম্ভ গীতসমুহ :-
সপোন পাৰৰ মই সপোন কুঁৱৰী (নাটক : শোণিত কুঁৱৰী)
সাজু হ সাজু হ নৱ জোৱান (নাটক: লভিতা)
সাত সাগৰৰ দেশ-বিদেশৰ (নাটক : নিমাতী কইনা)
সেই নিমাতী প্ৰতিমাখনি (নাটক : শোণিত কুঁৱৰী)
হ – ৰে আৰম্ভ গীতসমুহ :-
++++++++++
3 comments:
বৰ সুন্দৰ হৈছে । কিছু শব্দৰ বানান ভুল হৈ আছে । সেইখিনি শুধৰালেই হৈ যাব ।
আপোনাৰ blog tu কাৰণে মই বৰ উপকৃত হৈছোঁ।
জ্যোতি সংগীতবোৰ সহজতে বিচাৰি পাইছোঁ... ধন্যবাদ
আগলৈও লিখি থাকিব����
বহুত ভাল কাম কৰিছে
Post a Comment