নাৰীঃ-  সঁচাকে কোৱা কথাটি কোৱা
ভাল জানো মোক পোৱা
পুৰুষঃ-(এ)নকওঁ
নকওঁ ওহু নকওঁ
মোৰ চকুলৈ চোৱা
নাৰীঃ-  মোলৈ বাৰু তোমাৰ কিমান
মৰম আছে কোৱা
পুৰুষঃ-(এ)নকওঁ
নকওঁ ওহু নকওঁ
নিজক সুধি চোৱা
-
[নাৰীঃ- সৌ লুইততে আছে যত ঢৌ
সিমান
চাগে সিমান
পুৰুষঃ-আকাশতে
যিমান তৰালি
হ’বনে
সিমান
]               ←২
নাৰীঃ-  নকওঁ নকওঁ ওহু নকওঁ
নিজক সুধি চোৱা
        সঁচাকে কোৱা কথাটি কোৱা
ভাল জানো মোক পোৱা
পুৰুষঃ-(এ)নকওঁ
নকওঁ ওহু নকওঁ
মোৰ চকুলৈ চোৱা
-
[পুৰুষঃ-ভালপোৱা
শুনা অপৰূপ এক নৈ
নাৰীঃ-  আশাৰ ঢৌৰে চিৰকাল থাকে বৈ ] ←২
দুয়োঃ-  আমাৰ জীৱন একেখনি নৈ
সাগৰলে বৈয়ে যোৱা…..
পুৰুষঃ-আমাৰ
জীৱন একেখনি নৈ [নাৰীঃ- আলাপ শেষলৈ]
সাগৰলে বৈয়ে যোৱা….. ||
-
জয়ন্ত হাজৰিকা আৰু নিৰ্মলা মিশ্ৰৰ
কণ্ঠেৰে নিগৰিত গীত
বোলছবিঃ-                   ধৰ্মকাই
সংগীত পৰিচালকঃ-     জয়ন্ত হাজৰিকা
(ইউনিক'ড
ৰূপান্তৰ:- অনুৰাধা বৰুৱা)
No comments:
Post a Comment