আকাংক্ষা
উজ্বল সুন্দৰ দিনটোৰ শুভকামনাৰে...
অনুসন্ধান আকাংক্ষাত
Friday, May 5, 2017
ভূপেন হাজৰিকাদেৱৰ গীতসমূহ :- 'ক' ৰে আৰম্ভ
'ক' ৰে আৰম্ভ ভূপেন হাজৰিকাদেৱৰ গীতসমূহঃ-
কথা কোৱা হে উৰ্ৱশী ৰূপৰ শিখা
(অনামিকা বৰা)
কত দিন আৰু আশাৰ সপোন
(দিগন্ত শইকীয়া)
কঁহুৱা বন মোৰ অশান্ত মন
(মিতালী বৰ্মন)
কাজিৰঙা কাজিৰঙা কাজিৰঙা ভয়াবহ নহয়
(দীপা ডেকা)
কানাই পাৰ কৰা হে
(বনজীত্ পাঠক )
কি যে তোমাৰ সংগ তোমাৰ প্ৰিয়া
(জলি বৰা )
কপিলী কপিলী ৰাংঢালী ছোৱালী
(মৌচুমী ভূঞা চৌধুৰী)
কি বিচাৰি ওৰে জীৱন কেনি আগুৱালোঁ
(মালিনী গোস্বামী)
কত জোৱানৰ মৄত্যু হ’ল
(প্ৰাঞ্জল বড়া)
কলিৰ কৃষ্ণ বুলি নোজোকাবা
(মিতালী বর্মন)
কিনো কপাল সাধি আহিলি বান্ধব
(দীপা ডেকা )
কপালতে পিন্ধিলো জিলমিল সোণ পৰুৱা
(বনজীত্ পাঠক )
কিয় কৰ তই অহঙ্কাৰ দেখিছনে অশান্তি যাতনাৰ
(গীতার্থ বৰদলৈ)
কাৰ ঘৰত লখিমী ঘৰলৈ উভতিছে
(বনজীত্ পাঠক )
কিনো অভাগা কপাল হৰি
(মালিনী গোস্বামী)
কি মায়া জৰীৰে বান্ধিলা গোসাঁই ঐ
(প্ৰাঞ্জল বড়া)
কান্দিছনো কিয়, সংগ্ৰাম যদি জীৱ্নৰ এটি নাম
(প্ৰাঞ্জল বড়া)
কোনে জানে তোমাৰ সপোন হ’ব নে পূৰণ
?
(প্ৰাঞ্জল বড়া)
কালজয়ী মণিৰাম
(খনিন্দ্র মাধৱ শইকীয়া )
কৰ্মই আমাৰ ধৰ্ম
(মালিনী গোস্বামী)
কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে
(বিষ্ণু শইকীয়া)
কোন ক’ত লটি ঘটি
(বনজীত্ পাঠক)
কিহৰ ৰাগীত জলাকলা হলি
(অৰুন্ধতী তালুকদাৰ)
কঁপি উঠে কিয় তাজমহল
?
(দিগন্ত শইকীয়া)
কঁহুৱা কোমল উশাহ মোৰ
(দিগন্ত শইকীয়া)
ক – খ – গ – ঘ
(দিগন্ত শইকীয়া)
কাৰ আকাশৰ ৰামধেনুখনি
(মালিনী গোস্বামী)
কটন কলেজ , কটন কলেজ
(দিগন্ত শইকীয়া)
কা: মঙাইহ্ চে:
(দিগন্ত শইিকীয়া)
কাকনো সুঁৱৰি কিনো বিচাৰি
(দিগন্ত শইকীয়া)
কাকিনী তামোলৰ
(দিগন্ত শইিকীয়া)
কাৰোবাৰ দুনয়ন সৰগৰ তৰা
(দিগন্ত শইকীয়া)
কাশ্যপ ঋষিৰ আশ্রমখনি
(দিগন্ত শইকীয়া)
কাহিনী এটা লিখাঁ
(মৌচুমী ভূঞা চৌধুৰী)
কি কৰোঁ কি কৰোঁ উপায়
(দিগন্ত শইকীয়া)
কল তলৰ ঢেকিয়া তেনেই ফুচুকিয়া
(প্ৰাঞ্জল বড়া)
কি যে ছন্দত হ’লোঁ বন্দী
(দিগন্ত শইকীয়া)
কি যে তোমাৰ সঙ্গ প্রিয়া
(দিগন্ত শইকীয়া)
কিৰিলি কিৰিলি মাৰিলি
(দিগন্ত শইকীয়া)
কিছু দিন আগতে পুঁৱতি নিশাতে
(দিগন্ত শইকীয়া)
কুঁৱলী কুঁৱলী কি ৰগৰ কৰিলি
(দিগন্ত শইকীয়া)
কুলিটোৱে বাৰে বাৰে কান্দে
(দিগন্ত শইকীয়া)
কোন এই ললনা
(দিগন্ত শইকীয়া)
কোন চিত্রলেখীয়ে
(দিগন্ত শইকীয়া)
কি পালি কি পালি
(দিগন্ত শইকীয়া)
কাকডোঙাৰ বৰালি আহে নো ডাঢ়ি ডাঙি
(বিহু গীত)
(প্ৰাঞ্জল বড়া)
কুলি কেতেকীয়ে ইনালে বিনালে
(অৰুন্ধতী তালুকদাৰ)
কোমল কোমল দুটি (দ্বৈত কন্ঠত)
(দিগন্ত শইকীয়া)
কথাৰে নহয় বন্ধু, কামত পৰিচয়
(প্ৰাঞ্জল বড়া)
ক’ৰবাত যদি সৰগ আছে (আমি আস্ত )
(দিগন্ত শইকীয়া)
কেতিয়াবা এনেকুৱা লাগে কিয়নো
(
টুপ টুপ নিয়ৰ পৰিছে
)
(দিগন্ত শইকীয়া)
কাষতে কলচী লৈ (পিচত গোৱা)
(দিগন্ত শইকীয়া)
কেঁচা ৰঙা ৰক্তৰ দামেৰে গঢ়া
(দিগন্ত শইকীয়া)
কোন ক’ত আছ আহ ঔ আহ
(দিগন্ত শইকীয়া)
কিনো পখীয়ে পুৱতি গালে
(দিগন্ত শইকীয়া)
কোন অনামী নদী
(দিগন্ত শইকীয়া)
কঙ্খ বধৰ ভাওনা পাতি
কাৰ আকাশৰ
(দিগন্ত শইকীয়া)
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment