আকাংক্ষা
উজ্বল সুন্দৰ দিনটোৰ শুভকামনাৰে...
অনুসন্ধান আকাংক্ষাত
Friday, May 5, 2017
ভূপেন হাজৰিকাদেৱৰ গীতসমূহ :- 'আ' ৰে আৰম্ভ
'আ' ৰে আৰম্ভ ভূপেন হাজৰিকাদেৱৰ গীতসমূহঃ-
আহ ঐ আহ ওলাই আহ
আই অ' আই
আহ আহ ওলাই আহ সজাগ জনতা
(দিগন্ত শইকীয়া )
আহিছোঁ বৈৰাগী এন্ধাৰ বাটত
(বনজীত্ পাঠক )
আই তোক কিহেৰে পূজিমে
(মিতালী বৰ্মন)
আকাশী গংগা বিচৰা নাই
(মিতালী বৰ্মন)
আজি ব্রহ্মপুত্র হ’ল বহ্নিমান
(মৌচুমী ভূঞা চৌধুৰী)
আৰে গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে
(বনজিৎ পাঠক)
আল্লাৰ বিনে কেওঁ নাই
(বনজিৎ পাঠক)
আই সৰস্বতী অ’ ৰংফুল বকুলী
(দীপা ডেকা)
আমি অসমীয়া নহওঁ দুখীয়া
(মিতালী বর্মন)
আজি জীৱনৰ বাটচ'ৰাত অস্তৰ'দৰ ৰেঙণি
(গীতার্থ বৰদলৈ)
আশ্বিন মাসে দুৰ্গা পূজা ঢাঁকেৰ কেমন গুড় গুড়ি
(মালিনী গোস্বামী)
আকৌ প্ৰমান কৰ হেৰৌ অসমৰ অসমীয়া
(প্ৰাঞ্জল বড়া)
আকাশী যানেৰে
(দিগন্ত শইকীয়া)
আমাৰ সমাজৰ নতুন পুৰুষৰ
(প্ৰাঞ্জল বড়া)
আজি ফাগুণৰ পুৱা বেলাতে
(অৰুন্ধতী তালুকদাৰ)
আনৰ কাৰণে জীৱ্ন শলিতা
(অৰুন্ধতী তালুকদাৰ)
আমি একেখন নাৱৰে যাত্ৰী
(বিষ্ণু শইকীয়া)
আজি ঈদৰ এই মেহফিলত
(প্ৰাঞ্জল বড়া)
আহিন মহীয়া শেৱালি সৰিলে
(প্ৰাঞ্জল বড়া)
আকৌ যদি যাব লাগে শৰাইঘাটলৈ
(গীতাৰ্থ বৰদলৈ)
আকাশ বিশাল
(দিগন্ত শইকীয়া)
আকাশ সাবটি নামিলোঁ সাগৰত
(দিগন্ত শইকীয়া)
আগলি বাঁহৰে
(দিগন্ত শইকীয়া)
আজি কি আনন্দ পেখোঁ
(দিগন্ত শইকীয়া)
আজি জীৱন বুটলিবি
(দিগন্ত শইকীয়া)
আজি বতৰ গাভৰু হ’ল
(দিগন্ত শইকীয়া)
আতঙ্কবাদ হুঁচিয়াৰ
(দিগন্ত শইকীয়া)
আমাৰে ভন্টি শুব এ
’
(দিগন্ত শই্কীয়া)
আমাৰে মইনা শুইছে
(দিগন্ত শইকীয়া)
আমি নহওঁ মাথোঁ
(দিগন্ত শইকীয়া)
আমি ভাইটি-ভন্টি
(দিগন্ত শইকীয়া)
আলফুলীয়া কুমলীয়া
(দিগন্ত শইকীয়া)
আহুধান দাবলৈ
(দিগন্ত শইকীয়া)
আই মোৰ সোণৰে অসমত
(দীপা ডেকা)
আগ বাঢ়া
(স্যামন্ত কুমাৰ গোস্বামী)
আঢ়ৈ ধান লেচীয়া বানিবি কেতিয়া
(অৰুন্ধতী তালুকদাৰ)
আজঁলি হিয়াৰ মাজে বিজুলি বাণ মাৰে
(দিগন্ত শইকীয়া)
আজি আকাশৰ শেষ হ’ব পাই
(দিগন্ত শইকীয়া)
আই মোৰ সোণৰে অসমৰ
(দিগন্ত শইকীয়া)
আকৌ সেউজীয়াই বজালে বীণ
(দিগন্ত শইকীয়া)
আমাৰে সখীয়া আকুল বিয়াকুলে
(অৰুন্ধতী তালুকদাৰ)
আগলি বতাহে
(দিগন্ত শইকীয়া)
আৰু নবজাবি বীণ বাটৰুৱা
(দিগন্ত শইকীয়া)
আহিছে আজি নৱ জীৱনৰ ঢল (দ্বৈত কন্ঠত)
(দিগন্ত শইকীয়া)
আজ জীৱন খোঁজে পাবি (বাংলা)
(দিগন্ত শইকীয়া)
আয় চোট্টে আয় (বাংলা)
(দিগন্ত শইকীয়া)
আয় কবিতা আয় (বাংলা)
(দিগন্ত শইকীয়া)
আকাশী গঙ্গাঁ (বাংলা)
(দিগন্ত শইকীয়া)
আগুন জ্বেলে দুই চখেতে (বাংলা)
(দিগন্ত শইকীয়া)
আমাৰ ছিল’ একটাই (বাংলা)
(দিগন্ত শইকীয়া)
আকা বাকা এই পথেৰ দুকাষে নই শুধু
(বাংলা) (দ্বৈত)
(দিগন্ত শইকীয়া)
আগুন ভেবে জাৰি (বাংলা)
(দিগন্ত শইকীয়া)
আমি আচছি আমি আচছি (বাংলা)
(দিগন্ত শইকীয়া)
আমি ভাল’বাসি মানুসকে (বাংলা)
(দিগন্ত শইকীয়া)
আমাৰ গানেৰ হাজাৰ শ্রোতা (বাংলা)
(দিগন্ত শইকীয়া)
আমি এক যাযাবৰ (বাংলা)
(দিগন্ত শইকীয়া)
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment