'ৰ' ৰে আৰম্ভ ভূপেন হাজৰিকাদেৱৰ গীতসমূহঃ-
ৰণ ক্লান্ত নহওঁ
| (দিগন্ত শইকীয়া) | |
| ৰ'দ পুৱাবৰ কাৰণে মাতিবানো কাক | (উদ্দীপ তালুকদাৰ) |
| ৰং কিনিবা কোনে অ’ ৰং কিনিবা কোনে | (প্ৰাঞ্জল বড়া) |
| ৰিমঝিম ৰিমঝিম বৰষুণে নেপুৰ বজায় ক’ত | (মালিনী গোস্বামী) |
| ৰাধে ক’লা বুলি নুবুলিবি মোক | (দীপাংকৰ চেতিয়া) |
| ৰম্ভা মেনকা কিম্বা যূথিকা | (খনিন্দ্র মাধৱ শইকীয়া ) |
| ৰং ৰং না না ৰং | (খনিন্দ্র মাধৱ শইকীয়া ) |
| (কিনো দিন পৰিলে আজি) ৰমকে জমকে | (দিগন্ত শইকীয়া) |
| ৰাইজ আজি ভাৱৰীয়া | (দিগন্ত শইকীয়া) |
| ৰমজানৰে ৰোজা গ’ল | (দিগন্ত শইকীয়া) |
| ৰক্ষা কৰা মোক | (দিগন্ত শইকীয়া) |
| ৰাধাচূড়াৰ ফুল গুজি | ( দিগন্ত শইকীয়া) |
| ৰুদ্ধ কাৰাৰ দুৱাৰ ভাঙি | (দিগন্ত শইকীয়া) |
| ৰিণিকি ৰিণিকি শুনিছোঁ | (দিগন্ত শইকীয়া) |
| ৰাইজ আজি ভাৱৰীয়া | (দীপা ডেকা) |
| ৰূপহ কোৱঁৰৰ চুমা পৰশতে | (দীপা ডেকা) |
| ৰাইজৰ এইগাল লোক | (দীপা ডেকা) |
| ৰংপুৰ তোৰে নাম হওঁক | (স্যামন্ত কুমাৰ গোস্বামী) |
| ৰঙীন ৰঙীন এই জীৱন | (বনজীত্ পাঠক ) |
| ৰাধা অ’, ৰাধা ৰাধা | (প্ৰাঞ্জল বড়া) |
| ৰঙা হোৱা নাই পূৱ আকাশ | (অৰুন্ধতী তালুকদাৰ) |
| ৰুমঝুম নেপুৰ বজায় | (দিগন্ত শইকীয়া) |
| ৰিমঝিম বৰষুণ পৰিছে সৌৱা | (মৃণাল গোস্বামী, বিনিতা বৰা দেৱ চৌধুৰী আৰু দিগন্ত শইকীয়া) |
| ৰাতি যে নিবিৰ নিবিৰ হ'ল |
No comments:
Post a Comment