অনুসন্ধান আকাংক্ষাত

Friday, November 7, 2014

ঘৰ

ঘৰ !

কচুপাতৰ এদিনটো পানীৰে সঁজা মোৰ ঘৰ

কচুপাতৰ এদিনটো পানীৰে সঁজা মোৰ ঘৰ !

সৰগৰপৰা  সৰি পৰা বৰষুণত

      মিলি গ'ল মোৰ ঘৰ

সৰগৰপৰা  সৰি পৰা বৰষুণত

      মিলি গ'ল মোৰ ঘৰ

মোৰ প্ৰেয়সীয়ে উটুৱাই নিলে

      লাহে লাহে মোৰ ঘৰ

মোৰ প্ৰেয়সীয়ে উটুৱাই নিলে

      লাহে লাহে মোৰ ঘৰ !

দি গ'ল মোক উঠন বুকুৰ

     এখনি উত্তাল সাগৰ

দি গ'ল মোক উঠন বুকুৰ

     এখনি উত্তাল সাগৰ ৷৷


[ভূপেন হাজৰিকাদেৱৰ কণ্ঠেৰে নিগৰিত কবিতা আবৃতি]
[ ইউনিক'ড ৰূপান্তৰ :- দিগন্ত শইকীয়া]

No comments: