Assamese Song: Ei
Duniat
Film: Anthony Mur Naam
Singer: Dwipen Boruah (Duet)
Music Director: Ramen
Baruah
Year: 1988
১ম পুঃ এই দুনিয়াত নাই বাপ নাই মা
আমাৰ নাই মহাপাপ
এই দুনিয়াত নাই বাপ নাই
মা
আমাৰ নাই মহাপাপ,
দিল
দিবি কাক ?
ভাই,
দিল পাবি কাৰ ?
দিল দিবি
কাক ?
দুয়োঃ ভাই,
দিল পাবি কাৰ ?
চাহাৰা
পাবি ক’ত... ?
এই দুনিয়াত নাই বাপ নাই
মা
আমাৰ নাই মহাপাপ ।
১ম পুঃ জিন্দেগী
ভগা গাড়ী !
দুয়োঃ ল’ম
মেৰামত কৰি !
১ম পুঃ ৰাস্তা
ঠাই একাবেঁকা !
দুয়োঃ এই চাফা এই বোকা...
ৰু...
ৰু.... ৰু....ৰু.. ৰু...ৰু...
ৰু...
ৰু.... ৰু....ৰু.. ৰু....ৰু...
১ম পুঃ জিন্দেগী
ভগা গাড়ী !
দুয়োঃ ল’ম
মেৰামত কৰি !
১ম পুঃ ৰাস্তা
ঠাই একাবেঁকা !
দুয়োঃ এই চাফা এই বোকা...
ফচি
যায় বাৰে বাৰে..
চলা
ঠেলি জোৰে জোৰে
১ম
পুঃ জামানা কি দুচমন সুৰত ?
দুয়োঃ চাহাৰা
পাবি ক’ত ?
এই দুনিয়াত নাই বাপ নাই
মা
আমাৰ নাই মহাপাপ ।
১ম পুঃ নুসুধিবি
কোন আমি
দুয়োঃ কিয়
চলোঁ থামি থামি !
১ম পুঃ কিয়
আমাৰ বিলৰীয়া
দুয়োঃ পাহি বোকাই চৰ্ফৰীয়া
ৰু...
ৰু.... ৰু....ৰু.. ৰু.. ৰু....
ৰু...
ৰু.... ৰু....ৰু.. ৰু... ৰু...
১ম পুঃ নুসুধিবি
কোন আমি
দুয়োঃ কিয়
চলোঁ থামি থামি !
১ম পুঃ কিয়
আমাৰ বিলৰীয়া
দুয়োঃ পাহি বোকাই চৰ্ফৰীয়া
কিয়
আমাৰ চকু-পানী
শুকাই
হ’ল জুই-আঙনী
?
১ম পুঃ আৰে
য়াৰ আমাৰেই কিচমৎ..
দুয়োঃ চাহাৰা
পাবি ক’ত.. ?
এই দুনিয়াত নাই বাপ নাই
মা
আমাৰ নাই মহাপাপ
১ম পুঃ দিল
দিবি কাক ?
ভাই,
দিল পাবি কাৰ ?
দিল দিবি
কাক
দুয়োঃ ভাই,
দিল পাবি কাৰ ?
চাহাৰা
পাবি ক’ত... ?
এই দুনিয়াত নাই বাপ নাই
মা
আমাৰ নাই মহাপাপ
এই দুনিয়াত নাই বাপ নাই
মা
আমাৰ নাই মহাপাপ ।।
বোলছবি: এন্থনী মোৰ নাম
গায়ক: দ্বীপেন বৰুৱা (দ্বৈত কণ্ঠত)
পৰিচালক:
নিপ
বৰুৱা
সংগীত পৰিচালক: ৰমেন বৰুৱা
ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া
[ বি:দ্ৰ:- কিবা ভুল
দেখিলে আঙুলীয়াই দেখুৱাই দিয়ে যেন ]
No comments:
Post a Comment