Assamese Song: Mur
Hun Horogor
Album: ?
Singer: Dwipen
Baruah
Music Director: ?
Year: ?
মোৰ সোণ সৰগৰ তুমি সপোন
ৰূপহী অঙ্গনা...!
মোৰ সোণ নীলিমাৰ তুমি জোনাক
ৰূপালী অনুভাত...!
স্বপ্নালী
নয়নত
স্বপ্নালী
নয়নত
আনা ৰঙীন কামনা
মোৰ সোণ সৰগৰ তুমি সপোন
ৰূপহী অঙ্গনা...
ৰ’দালী ফুলৰ
পখিলা !
উৰে....
আকাশ !
জোনালী প্ৰেমৰ কবিতা !
কঁপে...
পৰাণত !
অনুৰাগ ৰঙা
বাসনা
!
মোৰ কোমল হিয়াৰ..
অনুৰাগ ৰঙা
বাসনা !
মোৰ কোমল হিয়াৰ..
মোৰ সোণ সৰগৰ তুমি সপোন
ৰূপহী অঙ্গনা...
সোণালী সুৰৰ কবিতা !
জ্বলে সৰগত
প্ৰভাতী পখীৰ গীতিকাত !
দোলে বতাহত
মৰমভৰা প্ৰেৰণা
তোমাৰ ভাল পোৱাৰ
মৰমভৰা প্ৰেৰণা
তোমাৰ ভাল পোৱাৰ..
মোৰ সোণ সৰগৰ তুমি সপোন
ৰূপহী
অঙ্গনা...!
মোৰ সোণ নীলিমাৰ তুমি জোনাক
ৰূপালী
অনুভাত...!
স্বপ্নালী নয়নত
আনা
ৰঙীন কামনা
মোৰ সোণ সৰগৰ তুমি সপোন
ৰূপহী
অঙ্গনা... ৷৷
বোলছবি/এলবাম: ?
গায়ক/গায়িকা: দ্বিপেন
বৰুৱা
সংগীত পৰিচালক: ?
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment