Assamese Song:
Rup Jwaley Jolmol
Album: Adalat
Singer: Dwipen
Baruah and
Banasree Sen
Gupta
Director
: Dilip Deka
Music Director: Jitu-Tapan
Year: 1976
নাৰী : ৰূপ জ্বলে জলমল
মন চগা চঞ্চল
মায়াবী
এই ৰাতি জলমল..
কৰে
জলমল
পুৰুষ: মায়াবিনী.....!
নাৰী : কোৱানা,
কোৱানা
কিয়নো
যৌৱন চঞ্চল...?
কিয়
চঞ্চল..?
ৰূপ জ্বলে জলমল
মন চগা চঞ্চল
মায়াবী
এই ৰাতি জলমল..
কৰে
জলমল
এই
মন…!!
সৰু
সৰু হিয়া !
দুৰু
দুৰু অনামী ! শিহৰণ..
এই
কামনাৰে জুই
দেহা
গ’ল চুই!
চকুতে
কিহৰে কাঁজল..!
জ্বলে
জলমল
পুৰুষ: মায়াবিনী.....!
নাৰী : কোৱানা,
কোৱানা
কিয়নো
যৌৱন চঞ্চল...?
কিয়
চঞ্চল..?
ৰূপ জ্বলে জলমল
মন চগা চঞ্চল
মায়াবী
এই ৰাতি জলমল..
কৰে
জলমল
কোনোবাই..!!
কাণে
! কাণে ! আনিছে
মানে
! মনে ! এপলকে হিয়া
এই
মদিৰা ভৰাই
সকলো
পাহৰাই
কৰিছে
ক্ষণিকৰে পল হৈ চঞ্চল !
পুৰুষ: মায়াবিনী.....!
নাৰী : কোৱানা,
কোৱানা
কিয়নো
যৌৱন চঞ্চল...?
কিয়
চঞ্চল..?
ৰূপ জ্বলে জলমল
মন চগা চঞ্চল
মায়াবী
এই ৰাতি জলমল..
কৰে
জলমল
পুৰুষ: মায়াবিনী.....
৷৷
বোলছবি/এলবাম: আদালত
গায়ক/গায়িকা: দ্বিপেন
বৰুৱা আৰু
বনশ্ৰী সেনগুপ্তা
পৰিচালক : দিলিপ ডেকা
সংগীত পৰিচালক: জিতু-তপন
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment