Assamese Song: Ekhon
Nedekha nodir hipare
Album: Mukuta
Singer: Dwipen
Baruah
Lyrics
: Nabakanta
Barua
Director: Brajen Baruah
Music Director: Ramen Baruah
Year: 1970
এখন নেদেখা ..!
নদীৰ সিপাৰে….!!
ফুলিছে… হাঁহিৰ ...
শেৱা...লি
মই.. চাই.. থাকোঁ..
ইপাৰৰ..পৰা...
নোৱাৰোঁ.. আনি..ব !
বুটলি.. !
এখন নেদেখা
নদীৰ সিপাৰে
ফুলিছে হাঁহিৰ
শেৱালি
মই চাই থাকোঁ
ইপাৰৰপৰা
নোৱাৰোঁ আনিব
বুটলি
এখন নেদেখা
নদীৰ সিপাৰে…!
সপোন সূতাৰে
গাঠিব
নোৱাৰি
দিঠক
ফুলৰ..!
মালা..
আশাৰ ফুলৰ
বনত
কেৱল
ফুলৰ
ভুলৰ..
!
খেলা..
মোৰ পদূলিতে
এন্ধাৰে
ভৰা
দূৰত
দেখিছোঁ
শেৱালি
এখন নেদেখা
নদীৰ
সিপাৰে…!
আজি পাৰ হৈ !
দেখিলোঁ
এন্ধাৰ
প্ৰদীপ
উঠে যে
..!
জ্বলি..
ফুলৰ ৰেণুৰ !
লগত
মিহলি
দূৰণি
বাটৰ
ধূলি
চিনাকী সুৰভিত
বিচাৰি
বিচাৰি
মিছাতে
আছাঁ
ধিয়াই
এখন নেদেখা
নদীৰ সিপাৰে
ফুলিছে হাঁহিৰ
শেৱালি
মই চাই থাকোঁ
ইপাৰৰপৰা
নোৱাৰোঁ আনিব
বুটলি
এখন নেদেখা
নদীৰ সিপাৰে…৷৷
বোলছবি/এলবাম: মুকুতা
গায়ক/গায়িকা: দ্বিপেন
বৰুৱা
পৰিচালক : ব্ৰজেন বৰুৱা
সংগীত পৰিচালক: ৰমেন
বৰুৱা
মুক্তি : ১৯৭০
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment