Assamese Song: Purbo
Bharotir
Album: Manav
Aru Danav
Singer: Shyamal
Mitra
Director: Indukalpa
Hazarika
Music Director: Jitu-Tapan
Year: 1971
১ম পুৰুষ:- আৰে
অ’ ৰহিম চাচা
২য় পুৰুষ:- আয়া বেটা..!
১ম পুৰুষ:- আৰি
চম্পা হ’
নাৰী :- আয়ি..!
-
১ম পুৰুষ:- পূৰ্ব
ভাৰতীৰ
ৰিক্ত
কণ্ঠত
শুনা
নতুনৰে গান...!
হিন্দু
গঙ্গাত !
কাবেৰী
পাৰত !
ভাতৃ মিলোৱা তান..
শুনা
নতুনৰে গান...!
উচ্চকাঙ্খী নেহেৰুৰ ভাৰত
জগতৰ
মাটি মহান..!
নানা
ধৰ্মী
নানা জাতিৰ
মহামিলনৰ
স্থান...
শুনা
নতুনৰে গান...!
-
লগণিকাৰ মত্ত হ'লে
দেশ
ৰসাতলে যায়..!
কৰ্মততে
বাহুৰ বলে
বিঘিনী
আতৰায়
দেৱতা সমতাৰ
সততাৰে
প্ৰীতি
সমাজ গঢ়া..
সুজলা সুফলা
স্বদেশকে
স্বৰ্গতুল্য
কৰা..
আৰামকে
হাৰাম
বুলি
জাগৃত কৰা প্ৰাণ
শুনা
নতুনৰে গান..
-
ধৰ্মৰ
নামত
ভাষাৰ
নামত
আজিও
যি লৰে !
কুৰি
শতিকাৰ
প্ৰগতিৰ
যুগে
জাতহে
অজ্ঞান কৰে..
হিন্দু
মুছলিম
পাহাৰী
ভৈয়ামী
থলুৱা
বা পৰ..!
ভেদাভেদহীন
বিশাল ভাৰত
আমাৰ
আপোন ঘৰ...
মিলিজুলি
আমি যে মাতৃৰ
ৰাখিব
লাগিব মান...
শুনা সোণৰে
গান...!
-
পূৰ্ব
ভাৰতীৰ
ৰিক্ত
কণ্ঠত
শুনানা
নতুনৰে গান...!
সিন্ধু গঙ্গাত
কাবেৰী
পাৰত
মাতটি
মিলোৱা টান..
শুনানা নতুনৰে গান - ৩
বোলছবি/এলবাম: মানৱ
আৰু দানৱ
গায়ক/গায়িকা: শ্যামল মিত্ৰ
পৰিচালক : ইন্দুকল্প হাজৰিকা
সংগীত পৰিচালক: জিতু-তপন
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment